সোমবাৰে মিজোৰামৰ চাম্পাইত ৪.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ সৃষ্টি হয় বুলি ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)য়ে জানিবলৈ দিয়ে। পুৱা ৬:১৬ বজাত চম্পাইত ভূমিকম্পৰ সৃষ্টি হয়।
Earthquake of Magnitude:4.7, Occurred on 10-04-2023, 06:16:40 IST, Lat: 23.16 & Long: 94.78, Depth: 10 Km ,Location: 151km ESE of Champhai, Mizoram, India for more information Download the BhooKamp App https://t.co/eRyJe1jP0w@Indiametdept @ndmaindia @Dr_Mishra1966 pic.twitter.com/71rl3X6M7r
— National Center for Seismology (@NCS_Earthquake) April 10, 2023
ইয়াৰ পূৰ্বে সোমবাৰে নিকোবাৰ দ্বীপৰ কেম্পবেল বে’ত ৩২ কিলোমিটাৰ গভীৰতাত ৰিচাৰ স্কেলৰ ৪.৬ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়।নিকোবাৰ দ্বীপত পুৱা প্ৰায় ২.২৬ বজাত সংঘটিত হয় এই ভূমিকম্প।