অৰ্থনীতি

Medical Science । চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্রবেশ পৰীক্ষাত উজলিল অক্লান্ত

Medical Science । অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান চমুকৈ এইমছ এ অনুষ্ঠিত কৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্রবেশ পরীক্ষাত উজলিল অসম সন্তান। প্রবেশ পৰীক্ষাত ৪৯ সংখ্যক স্থান দখল কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অত্যন্ত মেধাবী ছাত্রী ডা' অক্লান্তা ভট্টাচাৰ্য্যই। তেজপুৰৰ কলিবাৰীৰ পংকজ ভট্টাচার্য্য আৰু ময়ূৰী ভাগবতী ভট্টাচার্য্যৰ সন্তান ডা অক্লান্তাই কঠোৰ অধ্যয়নৰ জৰিয়তে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। assamese daily newspaper

Donald Trump 2.0: বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প

বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প(Donald Trump 2.0)। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’বলৈ অগ্ৰসৰ হৈছে ড’নাল্ড ট্ৰাম্প।

Kaziranga National Park: এমভি মহাবাহুৰে চতুৰ্থবাৰৰ বাবে পৰ্যটক হৈ অসমৰ কলিয়াবৰত উপস্থিত হোৱা ১০১ বছৰ গৰকা নিউজিলেণ্ডৰ আইতা নেন্সি ৰৱাৰ্টচে নাচিলে বিহু

ৰাজ্যলৈ এতিয়া দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) পৰিদৰ্শন কৰিবলৈ ব্ৰক্ষ্মপুত্ৰৰ কুকুৰে জাহাজেৰে দ্বিতীয়টো পৰ্যটকৰ দল মঙ্গলবাৰে বিয়লি কলিয়াবৰৰ শিলঘাট জাহাজঘাটত উপস্থিত হয়। এই দলটোতে নিউজিলেণ্ডৰ ১০১ বছৰীয়া আইতাই লাখুটি লৈ আহিল অসমলৈ(Assam)।

Assam Accord: ১৯৮৫ চনত অসম চুক্তিৰ বাদে বিকল্প নাছিল

অসমৰ ছয় বছৰীয়া বিদেশী বিতাড়ণ আন্দোলনে(Assam Accord) বিশ্বত খলকনি তুলিছিল৷ যি আন্দোলনত অসমৰ সৰ্বস্তৰৰ মেহনতী জনতাই সমৰ্থন কৰি আন্দোলনত(Central Martyrs' Day) অংশ লৈছিল৷ সেই ঐতিহাসিক আন্দোলনক সমৰ্থন কৰি ৰাজ্যৰ কৰ্মচাৰী সমাজেও দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি অসম আন্দোলনক পূৰ্ণ সহযোগ কৰিছিল৷ ফলত কৰ্মচাৰী সমাজৰ দিলীপ চক্ৰৱৰ্তীও শ্বহীদ হ’বলগীয়া হয়(Karmachari Parishad)৷

Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব

চৰকাৰে এপিনে অমৃত বক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে। এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।

Popular