Breaking

Browsing Category

অৰ্থনীতি

অসংগঠিত ক্ষেত্ৰত অতি ভয়ানক হৈ পৰিছে পৰিস্থিতি । ভাৰতত মে’ মাহতে কাম হেৰুৱালে ১২ কোটি ২০ লাখে ।

 প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ৰে’ল আৰম্ভ হোৱাৰ সময়তে পোহৰলৈ আহে নিবনুৱাৰ ছবি৷ প্ৰতিদিনে ৰে’লত নিজৰ ৰাজ্যলৈ ওভতিছে হাজাৰ হাজাৰ শ্ৰমিক৷ লকডাউন উঠিলে পৰিস্থিতি স্বাভাৱিক হ’লেও এই শ্ৰমিকসকল কৰ্ম স্থানলৈ ঘুৰি গ’লেও কাম পুনৰ পাবনে তাৰ কোনো
Read More...

কলিয়াবৰত স্থানীয় ব‍্যৱসায়ীৰ বৃহৎ লোকচান । বিয়া-সভাহৰ ৰভাঘৰ নিৰ্মাণ, পোহৰ, বাচন-বৰ্তন যোগান, কেটাৰিং…

কলিয়াবৰ : কৰ'নাৰ সঙ্কট কাল যেন নাতঁৰিবই যেন! দিনে-দিনে, প্ৰতিদিনে বাঢ়ি আহিছে ৰোগীৰ সংখ‍্যা। ফলস্বৰূপে অধিক প্ৰভাৱিত হৈছে ব‍্যৱসায়ীসকল।বিগত ছয় মাহ ধৰি বন্ধ হৈ আছে ব্যৱসায়। ফলস্বৰূপে ভীষণ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে বিয়া-সভাহৰ
Read More...

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনা যোৰহাটৰ বিশিষ্ট চাহ উদ্যোগপতি কমল জালানৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহ্বান :…

টীয়ক বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰত এক সুকীয়া আসন ইতিমধ্যে দখল কৰিছে৷ ৰাজ্যখনৰ অৰ্থনীতিৰ ই মেৰুদণ্ডস্বৰূপ, অৱশ্যে বৰ্তমান দেশত চলি থকা লকডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগটোৱে।
Read More...

জাতিৰ কল্যাণ বিচাৰি পেন্সনাৰ সন্থাৰ ৪০ হাজাৰ, ডি পি এছৰ ১লক্ষাধিক টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীলৈ

নাজিৰা ৰাজ্যত ক'ভিড-১৯ ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰাৰ পৰিস্থিতিত চৰকাৰক সকলো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাত সহযোগ আগবঢ়াই  দিল্লী পাব্লিক স্কুল নাজিৰাৰ তৰফৰ পৰা ১লাখ ১১ হাজাৰ টকাৰ এখনি চেক প্ৰদান কৰা হয় শিৱসাগৰ জিলাৰ
Read More...

বহিঃৰাজ্যত থকা লোকলৈ ধন প্ৰেৰণ : পৰিয়ালৰ মাজত আৰ্থিক সংকট

টিংখাং সমগ্ৰ দেশত ক’ৰোনা ভাইৰাছৰ বাবে অব্যাহত থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ দেওবাৰে অন্ত পৰে।ক’ৰোনা ভাইৰাছৰ বাবে বহিঃৰাজ্যত থকা অসমৰ হাজাৰ হাজাৰ লোক কৰ্মহীন হৈ পৰিছে। কৰ্মহীন হৈ পৰা বাবে বহিঃৰাজ্যত থকা লোকসকল তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন
Read More...

গুৱাহাটীত সুযোগ লৈছে অসাধু ব্যৱসায়ীয়ে। মাছ-মাংসৰ লগতে হুৰা-হুৰে বাঢ়িছে সামগ্ৰীৰ দাম। ব্ৰইলাৰৰ কিলো…

দৈনন্দিন বাৰ্তা প্ৰতিবেদন চাহিদা কম,যোগান সীমাহীন।অৰ্থনীতিৰ সূত্ৰমতে যোগান বাঢ়িলে আৰু চাহিদা হ্ৰাস পালে সামগ্ৰীৰ দাম হ্ৰাস পায়।কিন্তু ওলোটা হৈছে অসমত।এইকেইদিন গুৱাহাটীত বাঢ়িছে কৰ'না সংক্ৰমণৰ সংখ্যা।ফলত আতংকিত হৈছে মহানগৰবাসী। বজাৰ
Read More...

লকডাউনে নাজিৰাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ

নাজিৰা ক’ভিড-১৯ ক’ৰোনা ভাইৰছ সংক্ৰমণৰ আতংকময় পৰিস্থিতিত অব্যাহত থকা লকডাউনে সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ অধিকাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ। এই অন্ধকাৰময় জীৱনত ক্ষুদ্ৰ তথা খুচুৰা
Read More...

দৰঙত প্ৰধান মন্ত্ৰীৰ কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে একেখন…

মঙলদৈ লকডাউনৰ সময়চোৱাত কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান আচনি প্ৰৱৰ্তন কৰি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন সোমাই দিছিল। কিন্তু এই আঁচনিৰ বাবে হিতাধিকাৰী বাচনিৰ দায়িত্ব আছিল জিলা
Read More...

দেশৰ আৰ্থ সামাজিক উন্নয়নত গুৰুত্ব গ্ৰামোন্নয়ন মন্ত্রীৰ

লংকা মহামাৰী ক’ৰোনাই সমগ্ৰ দেশতে তীব্র ৰূপ ধাৰণ কৰাৰ সময়তে গ্ৰাম্য উন্নয়নৰ সকলো আঁচনি সফলতাৰে ৰূপায়ণ কৰি যাতে গ্ৰাম্য দুখীয়া জনসাধাৰণক প্ৰকৃতাৰ্থত সহায় কৰাৰ লগতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো
Read More...

কৰ্মসংস্থাপনৰ বিকল্প পথ মুকলি : বিত্তমন্ত্ৰী আগষ্টৰ পৰা কাৰ্যকৰী ‘এক দেশ এক ৰেছন কাৰ্ড’

দৈনন্দিন বাৰ্তা সেৱা : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ দিশত চিন্তা কৰিলে দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে৷ অহা আগষ্টৰ পৰা কাৰ্যকৰী হ’ব 'এক দেশ এক ৰেছন কাৰ্ড'৷ আজি এই কথা ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমনে৷ দেশজুৰি এখন ৰেছন
Read More...