Breaking

Browsing Category

অৰ্থনীতি

নাজিৰা গেলেকীত লকডাউনে জুৰুলা কৰিছে কেঁ‌চা চাহ পাত ব্যৱসায়ীক : অসমৰ কেঁচা চাহ পাত ব্যৱসায়ীক…

নাজিৰা  বিগত প্ৰায় কেইবাদিনো ধৰি দেশত চলি আছে প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায়ৰ লকডাউন। লকডাউনত আৰ্থিক দিশত লোকচানৰ দিশে কেঁ‌চা চাহপাত ব্যৱসায়ীৰ। নাজিৰাৰ গেলেকী অঞ্চলৰ বাসিন্দা প্ৰধান জীৱিকা কেঁ‌চা চাহপাত সংগ্ৰহ কৰি যোগান ধৰা। কিন্তু
Read More...

প্ৰকৃত উদ্যোগী, কৰ্মীক লকডাউনে প্ৰভাম্বিত কৰিব পৰা নাই : ড° পিতাম্বৰ দেৱ গোস্বামী

টীয়ক অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যৱক যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে যিকোনো বিপদৰ সময়ত সকাহ পাব পাৰি সেয়া প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ ভাস্কৰ হাজৰিকা নামৰ এজন যুৱকে। টীয়কৰ কলিয়াপানীস্থিত
Read More...

লকডাউনৰ প্ৰভাৱ : ইলেকট্ৰ’নিকছ সামগ্ৰীৰ কৰ্মচাৰী হৈ পৰিল শাক-পাচলিৰ ব্যৱসায়ী

জামুগুৰিহাট সমগ্ৰ পৃথিৱীত মহামাৰী ৰূপ লোৱা ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই দেশত ঘোষণা কৰা হ’ল লকডাউন৷ এই লকডাউনৰ সময়চোৱাত দেশৰ লগতে ৰাজ্যৰ বহুতৰে জীৱন শৈলী সলনি হোৱা দেখা পোৱা গ’ল৷ লকডাউনৰ বাবেই দোকান পোহাৰ বন্ধ হৈ পৰাত শোণিতপুৰ
Read More...

চিৰাঙত খেতিপথাৰতে নষ্ট শাক-পাচলি

পাণবাৰী দেশত তৃতীয় পৰ্যায় লকডাউনৰ ফলত কৃষকৰ মাজত হাহাকাৰ হৈছে৷ লকডাউনৰ ফলত কৃষকৰ পাচলি পথাৰতে গেলি-পচি যাবলৈ ধৰাত চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা অঞ্চলৰ কৃষকে মূৰে কপালে হাত দিব লগা হৈছে৷ উল্লেখ্য যে চিৰাং জিলাৰ বিজনী
Read More...

গুৱাহাটীৰ অমিয় নগৰত দৰিদ্ৰ লোকক সাহায্য ইণ্ডিয়ান বেংকৰ

গুৱাহাটীভাৰতৰ জনগণ ক’ভিড-১৯ ৰোধ কৰাৰ যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে ক’ভিড-১৯ক ৰোধ কৰাৰ অৰ্থে দেশজুৰি লকডাউন অব্যাহত আছে৷ সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে৷ ইপিনে, লকডাউন অব্যাহত থকাত দৰিদ্ৰ লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ এনে
Read More...

টিংখাঙত এ টি এম সেৱা সঘনাই অচল : সোমবাৰৰ পৰা জমা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ দ্বিতীয় কিস্তিৰ ধন

টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় অঞ্চলৰ জনসাধাৰণে সঘনে এটিএম সেৱাৰ পৰা বঞ্চিত হ'ব লগা হোৱাত গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে। জিলাখনৰ ভিতৰুৱা ঠাই হিচাপে পৰিচিত টিংখাঙৰ ৰাজগড়ত থকা ভাৰতীয় ষ্টেট
Read More...

লকডাউনৰ বাবে ৰাজ্যৰ কৃষিখণ্ডত ক্ষতি ৪০ কোটি টকা : কৃষিমন্ত্ৰী অতুল বৰা

অজন্তা তালুকদাৰ, বোকাখাত  "যেতিয়াই প্ৰত্যাহ্বানৰ সন্মুখীন হয় মানৱ জাতি, সমাধানৰ নতুন নতুন ৰাষ্টা বিচাৰি থাকে"- এই কথা অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'জীৱন আৰু জীৱিকা'ৰ নীতিৰ আধাৰত
Read More...