অৰ্থনীতি

ঋণ আৰু জমা বহীত বন্ধন বেংকৰ শক্তিশালী বিকাশ

দেশৰ অন্যতম সাৰ্বজনীন বেংক বন্ধন বেংকে বিত্তীয় বৰ্ষ ২০২০-২১ৰ তৃতীয় ত্ৰৈমাসিকৰ অৰ্থনৈতিক ফলাফল ঘোষণা কৰিছে। বেংকটোৰ মুঠ ব্যৱসায় (জমা আৰু আগধন)ৰ পৰিমাণ বাৰ্ষিক ভিত্তিত...

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰিলে মোদীয়ে

আজি শিৱসাগৰৰ জেৰেঙা পথাৰত এখন বিশাল জনসভা সম্ৱোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে এক লাখ লোকক ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত অসমীয়াতে...

প্ৰধানমন্ত্ৰীয়ে আজি শুভাৰম্ভণি কৰিলে কৰোণা ভেকচিন প্ৰদান প্ৰক্ৰিয়া

আজি সমগ্ৰ দেশৰ বাবেই এক ঐতিহাসিক দিন। আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ল কৰোণাৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ভাৰতৰ এই কোৰোণা ভেকচিনেশ্যন প্ৰক্ৰিয়া সমগ্ৰ বিশ্ৱৰ...

কৃষি আইন সন্দৰ্ভত কেন্দ্ৰীয় কৃষি মন্ত্ৰী আৰু বিৰোধী সংগঠনৰ মাজত আলোচনা

কেন্দ্ৰীয় চৰকাৰ আৰু সংসদত অলপতে গৃহীত হোৱা কৃষি আইন কেইখনৰ বিৰোধীতা কৰা কৃষক সংগঠনসমূহৰ মাজত আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত নৱমলানি আলোচনা অনুষ্ঠিত হৈছে। আলোচনাৰ পূৰ্বে...

২৭ জানুৱাৰীত ৰাজ্যৰ ৰাজপথত নচলিব গাড়ী

অহা ২৭ জানুৱাৰীত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ প্ৰতিবাদ । আহ্বান জনোৱা হৈছে চকা বন্ধৰ। চৰকাৰে সংগঠনটোৰ দাবী মানি নোলোৱাৰ প্ৰতিবাদত চকা বন্ধৰ কাৰ্যসূচী হাতত...

Popular