ভূমি কেলেংকাৰিৰ গোচৰত ঝাৰখণ্ডৰ পদত্যাগী মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ EDৰ

বুধবাৰে ৰাজভৱনত উপস্থিত হৈ পদত্যাগ পত্ৰ দাখিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ।

ৰাজ্যপালে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ। পদত্যাগৰ পাছতে ভূমি কেলেংকাৰি, ধন সৰবৰাহৰ গোচৰত হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰে EDয়ে।

হেমন্ত ছোৰেনে পদত্যাগ কৰাৰ পাছতে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা।

চম্পাই ছোৰেন হ’ব ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী। ঝাৰখণ্ডৰ পৰিবহণ মন্ত্ৰী আছিল চম্পাই ছোৰেন।

Related Articles