Breaking

Browsing Category

শিক্ষা

দৰঙৰ ভেৰুৱাৰ কুলদীপ পৰাশৰে দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰিও অৰ্থৰ অভাৱত উচ্চ শিক্ষাৰ পৰাও বঞ্চিত…

দৰঙৰ পৰা জয়দেৱ ডেকা : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰ নম্বৰ পাই ডিষ্টিংচন পাবলৈ সক্ষম হোৱা এজন মেধাৱী ছাত্ৰ চৰম হতাশাগ্ৰস্ত৷ দৰিদ্ৰতাই উচ্চ শিক্ষাৰ বাবে  হেঙাৰ হৈ পৰিছে
Read More...

বকোৰ ডেকাচাঙত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ।

সোণতলী   সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ভাল ফলাফল দেখুওৱা বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীক আজি ডেকাচাংত সম্বৰ্ধনা জনোৱা হয়৷ আজি দক্ষিণ কামৰূপৰ বকোৰ  ডেকাচাংস্থিত ড° এ পি জে আব্দুল কালাম‌‌ একাডেমিত হাইস্কুল শিক্ষান্ত
Read More...

জুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ জিতুমণি নাথক অৰ্থসাহাৰ্য্য প্ৰদান অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টৰ ।

উজনি-মাজুলী সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯.১৬ শতাংশ নম্বৰলৈ আটাইকেইটা বিষয়তে লেটাৰসহ ডিস্টিংচন পোৱা দৰিদ্ৰ মেধাৱী ছাত্ৰ জিতুমণি নাথৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পিছতে তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহিছে মাজুলীৰ বিভিন্ন
Read More...

দৰঙৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী পিংকিৰ সকলো ব্যৱস্থা কৰি দিলে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷

দৰঙৰ পৰা জয়দেৱ ডেকা  দৰঙৰ দিঘীৰপাৰ হাইস্কুলৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত ৯৩.১৬  শতাংশ নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰসহ ডিষ্টিংচন পাৱলৈ সক্ষম হোৱা হিন্দু ঘোপা গাঁওৰ পিংকি বৰুৱাৰ পঢ়াৰ সকলো ব্যৱস্থা কৰি দিলে
Read More...

৯ বছৰৰ পিছত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত পুনৰ হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠদান ।

নাজিৰা  প্ৰায় ৯ টা বৰ্ষ বিৰতিৰ পিছত ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰা পুনৰ আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠদান । ইয়াৰ বাবে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে পাঠদানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । মহাবিদ্যালয়ৰ অধ্যক্ষ ড :
Read More...

“মহামাৰী কভিড ১৯ ৰোগ সংকটৰ পৰা লাভ কৰা শিক্ষা”

স্বেতা ছেত্ৰী  অতি প্ৰাচীন কালৰে পৰা মানৱজাতিয়ে সময়ে সময়ে নানান দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। সেইয়া মেলেৰিয়াই হওঁক, বসন্ত ৰোগেই হওঁক,  প্লেগেই হওঁক বা বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা (কভিড-১৯)ই হওঁক। চীন দেশৰ
Read More...

বাহিৰে ৰং চং ভিতৰে কুৱা ভাতুৰী : ব্যৱসায়ত নামি পৰিছে নাজিৰাৰ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় কাজিৰঙা…

দিলীপ হাজৰিকা : বাহিৰে ৰং চং ভিতৰেৰে কুৱা ভাতুৰী। কৰ'ণা ভাইৰাছক লৈ এতিয়া ব্যৱসায়ত নামি পৰিছে নাজিৰাৰ মহকুমাৰ ব্যক্তিগত খণ্ডৰ এখন মহাবিদ্যালয়। অসমত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সমান্তৰালকৈ ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। কিন্তু
Read More...

সোণতলীত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ৷

সোণতলী দক্ষিণ কামৰূপৰ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, চিকিৎসা কৰ্মী তথা আশা কৰ্মী সন্থাৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্বন আৰু ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ সোণতলী অঞ্চললৈ সুনাম
Read More...

ছিপাঝাৰত প্ৰথম প্ৰতিষ্ঠা দিৱসতেই Excel Academy ৰ আদৰণীয় পদক্ষেপ । ১০ জন কৈ দৰিদ্ৰ সীমাৰেখাৰ তলত…

ছিপাঝাৰ : ছিপাঝাৰৰ মাজমজিয়াতেই মটৰ ষ্টেচনৰ সমীপত যোৱা ৫ জুন, ২০২০ তাৰিখে পৰিৱেশ দিবসৰ লগত সংগতি ৰাখি কলা আৰু বিজ্ঞান শাখাৰ এখন নতুন জুনিয়ৰ কলেজ Excel Academy নামেৰে স্থাপিত হয়। অসমৰ কেম্ব্ৰিজখ্যাত ছিপাঝাৰক উচ্চ শিক্ষাৰ স্থলী হিচাপে
Read More...

অসম চৰকাৰে বৰ্তমান আগবঢ়োৱা বিনামূলীয়া শিক্ষা ব্যৱস্হাৰ সময়ত শিক্ষানগৰী বজালীলৈ দুঃখবৰ-

✍ সৌৰভ কুমাৰ শৰ্মা ১৯৫৫ চনত বজালী অঞ্চলত বাস কৰা কৃষ্টি, সংস্কৃতি আৰু শিক্ষাৰ লগত জড়িত কেইগৰাকীমান বিশেষ ব্যক্তিৰ অহৰ্নিশে কৰা প্ৰচেষ্টাৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল বজালী মহাবিদ্যালয় নামৰ এখন
Read More...