শিক্ষা

কাকজানত চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা সম্পন্ন

অকণ শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰ আৰু অলকানন্দা কলামণ্ডলৰ যৌথ উদ্যোগত সদৌ অসম ভিত্তিত এখনি চিত্ৰাংকন আৰু সাধুকোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। লকডাউনৰ সময়ত অনলাইন যোগে...

অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই

কুইপৰ সৈতে আলফা(স্বাঃ)ৰ প্ৰায় বুজাবুজি সম্পন্ন । অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই । চৰ্ত সাপেক্ষে ২ অভিযন্তাক মুক্তি দিব আলফাই । ৫ হাজাৰ যোগ্য অভিযন্তাক...

৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত ব্যৱহাৰিক পৰীক্ষা

৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত/হাইমাদ্ৰাছাৰ ব্যৱহাৰিক পৰীক্ষা । আজি অসম মাধ্যমিক শিক্ষা পৰিষদে এক গোহাৰিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। উল্লেখ্য যে,...

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বিজ্ঞান দিৱস উদযাপন

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ত পৰিবেশ আৰু জলবায়ু কোষ, উন্নত ভাৰত অভিযান গোট আৰু মহাবিদ্যালয়খনৰ উদ্যোগত ২৮ ফেব্ৰুৱাৰী বিজ্ঞান দিৱস উদযাপন...

ব্যতিক্ৰমী প্ৰয়াসেৰে দেৰগাঁৱৰ এগৰাকী শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীক দিছে ব্যতিক্ৰমী শিক্ষা

দেৰগাঁৱৰ এগৰাকী শিক্ষয়িত্ৰী, কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোতি কুমাৰী শৰ্মা বৰঠাকুৰৰ ব্যতিক্ৰমী প্ৰয়াসে গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক অত্যুতসাহী কৰি তুলিছে। শিক্ষয়িত্ৰী গৰাকীয়ে এক...

Popular