শিক্ষা

ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰি আটক সোণতলীৰ ডেকাচাং হাইস্কুলৰ প্ৰধান শিক্ষক, সহ: শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি ।

সোণতলী : ৰাজ্যত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত পুনৰাই সংখ্যালঘু উন্নয়ন বিভাগৰ দ্বাৰা সংঘটিত হৈছে বৃহৎ কেলেংকাৰী৷ শেহতীয়াভাৱে জালিয়াতিৰে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাতৰ এই ঘটনা সংঘটিত...

উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজনি মাজুলী বিদ্যালয়ৰ সাফল্য ।

উজনি-মাজুলী : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফলত উজনি মাজুলীৰ বিদ্যালয়, মহাবিদ্যালয় সমূহতো দেখা গ'ল সন্তুোষজনক ফলাফল৷ ইয়াৰে ভিতৰত উজনি মাজুলীৰ অগ্ৰণী শিক্ষানুষ্ঠান...

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অবিভক্ত নগাঁও জিলাৰ ২৮ ছাত্ৰ ছাত্ৰীৰ শীৰ্ষ স্হান । নিজৰেই ৰেকৰ্ড ভংগ কৰি ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় পুনৰ শীৰ্ষস্থানত ।

নগাঁও : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা , বানিজ্য আৰু বিজ্ঞান শাখাত আজি ঘোষিত ফলফলত অবিভক্ত নগাঁও...

বিজ্ঞান শাখাত ষষ্ঠ আৰু সপ্তম স্থান লাভেৰে গহপুৰলৈ গৌৰৱ কঢ়িয়াইছে দুই কীৰ্তিমানে ; গ্ৰন্থ অধ্যয়নে মানসিক শক্তি বঢ়ায়, সঁচা বন্ধুত্বই আগুৱাই যোৱাত সহায় কৰে...

ডুবিয়া : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ষষ্ঠ আৰু সপ্তম স্থান লাভেৰে ক্ৰমে ব্ৰেনজিত হাজৰিকা আৰু অম্লানজ্যোতি পেগুৱে গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। দুই কীৰ্তিমানে...

নাজিৰাত উচ্চতৰ মাধ্যমিকৰ ফলাফল সন্তোষজনক, চাৰিখনৰ ১০০ শতাংশ উত্তীৰ্ণ।

নাজিৰা : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল নাজিৰাত যথেষ্ট উৎসাহজনক৷ নাজিৰাৰ সমীপৰ তিনিগৰাকী ছাত্ৰীয়ে নগাঁৱৰ ৰামানুজন কলেজৰ পৰা অবতীৰ্ণ হৈ স্হান...

Popular