শিক্ষা

High School Leaving Certificate Examination:সময়সূচী ঘোষণা- ১৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাবে বিবেচিত হৈ অহা হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰীৰ(15th February, 2025) পৰা অনুষ্ঠিত(High School Leaving Certificate Examination) কৰা হ’ব।

Indian Mathematician:ভাৰতীয় বিজ্ঞানীৰ তথা গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ কথাৰে

১৬ জুলাই, ১৯৬৯ চন। আমেৰিকাই চন্দ্ৰ লৈ মানৱ যান প্ৰক্ষেপ কৰাৰ ভৰপক সময়,এক মিছন। মানৱযান চন্দ্ৰৰ অভিমুখে গতি কৰি আছে আৰু বিজ্ঞানীসকলৰ(Indian Mathematician) কম্পিউটাৰৰ পৰ্দাত দৃষ্টি নিৱদ্ধ।

AMCH and Dibru College: অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়-ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৭৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে ডিব্ৰু মহাবিদ্যালয়ৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱসত(AMCH and Dibru College) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) ছাত্ৰ সমাজৰ সৈতে মনৰ ভাৱ বিনিময় কৰে(Viswa Guru)।

Dream Lab AI Image Generator: Canvaই মুকলি কৰিলে ড্ৰিম লেব AI ইমেজ জেনেৰেটৰ , ভিজুৱেল ছুইটত সংযোগ বহুকেইটা নতুন ফিচাৰ্ছ

ভিজুৱেল কমিউনিকেচন প্লেটফৰ্ম Canvaই মুকলি কৰিছে এটা নতুন টেক্সট-টু-ইমেজ কৃত্ৰিম বুদ্ধিমত্তা জেনেৰেশ্যন টুল। তাৰোপৰি কোম্পানীটোৱে ভিজুৱেল ছুইটত সন্নিবিষ্ট কৰিছে বহুকেইটা নতুন ফিচাৰ্ছ(Dream Lab AI Image Generator)।

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Popular