শিক্ষা

নাজিৰাৰ ধিতাইপুখুৰী বাকচু কোচ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে উদীতা ঈশানী কাকতীয়ে : ৰামানুজন জুনিয়ৰ কলেজৰ পৰা সপ্তম স্হান লাভ ।

নাজিৰা: নাজিৰাৰ সমীপৰ ধিতাইপুখুৰী বাকচু কোছ গাঁৱৰ ত উখল মাখল পৰিবেশ ৷আজি ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাত অসমৰ ভিতৰত ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পৰীক্ষা দি...

পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান মনিৰুলে দখল কৰিলে অষ্টম স্থান ৷ উৎফুল্লিত পৰিয়াল, অঞ্চলবাসী ৷

গৰৈমাৰী : আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দক্ষিণ কামৰূপ জিলাৰ গৰৈমাৰীৰ নাম উজলালে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই ৷ পিতৃ আমিৰ হামজায় পাচলি বিক্ৰী...

নাজিৰাৰ ধিতাইপুখুৰীৰ প্ৰিয়াক্ষী বৰাই নগাঁৱৰ ৰামানুজ জুনিয়ৰ কলেজৰ পৰা কলা শাখাত তৃতীয় স্হান লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে ৷

নাজিৰা: আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক কলা শাখাত ধিতাইপুখুৰী অঞ্চলৰ প্ৰিয়াক্ষী বৰাই নগাঁৱৰ ৰামানুজম জুনিয়ৰ কলেজৰ পৰা অসমৰ ভিতৰত তৃতীয় স্হান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ...

এদিনতে ভাৰতত ক’ৰোণাত আক্ৰান্ত ১৭ হাজাৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক : আনলক আৰম্ভ হোৱাৰ পাছত দেশত ক’ৰোণা সংক্ৰমণ অভিলেখ সংখ্যক বৃদ্ধি পাইছে৷ বৃহস্পতিবাৰেও এই কথা প্ৰতিপন্ন কৰিলে৷ মাজতে দুটা দিন সংক্ৰমণ কমিলেও...

দৰিদ্ৰতাক নেওচি বিজ্ঞান শাখাত অষ্টম স্থানত উজ্জ্বলিল নামতিৰ পিতৃহীনা দৰিদ্ৰ হিমাঞ্জলী বুঢ়াগোঁহাই : ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন ।

নাজিৰা : একাগ্ৰতাৰে অধ্যয়ন কৰিলে দৰিদ্ৰতাও যে হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে নাজিৰা মহকুমাৰ নামতিৰ হিমাঞ্জলী বুঢ়াগোহাঁয়ে। আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত...

Popular