শিক্ষা

গেলেকীৰ দৰ্জীৰ পুত্ৰ ,হাহচৰাৰ পিতৃহীনা কন্যাৰ সাফল্য ।

দিলীপ হাজৰিকা : নাজিৰা শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত ন-পাম বাৰুৱতী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ যোগেশ কুৰ্মীয়ে ডিষ্টিংচনসহ হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হ'বলৈ...

আৰ্থিক দৈন্যতাকো নেঁওচি উজ্জ্বলিল জামুগুৰিহাটৰ নিলাক্ষী ৷

দৈনন্দিন বাৰ্তা সেৱা,জামুগুৰিহাট ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা যে কেতিয়াও  যিকোনো কামত হেঙাৰ হ'ব নোৱাৰে সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰীয়ে৷নিলাক্ষী...

খাৰুপেটীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে ফাইজুৰ আৰু মকিবুৰ ৰহমানে ।

দলগাও ৭ জুন:-  সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ সহ ৮৩% শতাংশ নম্বৰলৈ উত্তীৰ্ণ হৈ দৰঙ জিলাবাসীলৈ  গৌৰৱ কঢ়িয়াই আনিলে ফাইজুৰ...

বাধাৰ প্ৰাচীৰ ভাঙি সফলতা লাভ অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা,ননৈ সফলতাৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে। ১০০ শতাংশ উৰ্ত্তীণৰে শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি  বঢ়মপুৰ শ্ৰীমন্ত শংকৰ...

ছয়টাকৈ স্থানেৰে উজলিল নলবাৰী জিলা ।

নলবাৰী আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী চহৰৰ পৰা দুগৰাকী তথা নলবাৰী বৰভাগ অঞ্চলৰ তিনি শিক্ষানুষ্ঠানৰ পৰা চাৰিটাকৈ কৃতি শিক্ষাৰ্থীয়ে ছয় টাকৈ স্থান দখল...

Popular