শিক্ষা

মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…

উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে প্ৰাচী নিগমে। ৯৮.৫ শতাংশ নম্বৰ পোৱাৰ পিছতো প্ৰাচীক বহুতে প্ৰশংসা কৰাৰ সলনি ছ’চিয়েল মিডিয়াত দৃষ্টিকটুভাবে...

মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনা সাফল্য

মনত অদম্য ইচ্ছাশক্তি থাকিলে যে সকলো কাম কৰিব পাৰি তাৰেই এক উদাহৰণ হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে ৷জন্মগতভাৱেই...

মেট্ৰিকত ধনশিৰি মহকুমাৰ শীৰ্ষস্থান দৰ্শিতা দত্তক আপকু’ৰ সম্বৰ্ধনা

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ বৰপাভজান গাঁৱৰ নিৱাসী অপূৰ্ব দত্ত আৰু ৰিজুমণি দত্তৰ কন্যা দৰ্শিতা দত্তই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধনশিৰি মহকুমাৰ...

ৰাজ্যত HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ ! আজিৰে পৰা মুকলি ‘দর্পন’ প’র্টেল…

চলিত শিক্ষাবর্ষতো অনলাইন পদ্ধতিৰে হ'ব নামভৰ্তিৰাজ্যত HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভআজিৰে পৰা মুকলি হৈছে 'দর্পন' প'র্টেল নামভৰ্তিৰ আবেদন দাখিলৰ অন্তিম দিন ২ মে'৫ মে'ৰ...

আৰ্থিক অনাটনৰ সৈতে যুজি চাপৰৰ সন্দিপন দাসৰ কৃতিত্ব

মাতৃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত। ইপিনে পৰিয়ালৰ আৰ্থিক অনাটন। এপিনে মাতৃ সেৱা কৰাৰ লগতে দৰিদ্ৰতাৰ সৈতে যুজঁ দিওঁ নিজৰ লক্ষ্য স্হানৰ পৰা বিচলিত হোৱা নাই...

Popular