Breaking

Browsing Category

শিক্ষা

জুয়ে পোৰা সোণ হৈ উজ্বলিল মাজুলীৰ নিকিতা ।

উজনি মাজুলী : দৰিদ্ৰতা যে শিক্ষাৰ বাবে হেঙাৰ হব নোৱাৰে তাকেই পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ নিকিতা তামুলীয়ে | মানুহ ঘৰলৈ যাবলৈ নাই কোনো বাট পথৰ ব্যৱস্থা ৷ আনৰ ঘৰৰ বাৰিৰ চুকেৰে হেঙাৰ পাৰ হৈ ফিচাৰিৰ পাৰে পাৰে গৈ পায় নিকিতাৰ বাসগৃহ ৷
Read More...

বিদ্যা নিকেতনৰ সাফল্যৰ পিছত এইবাৰ অসমত শিশু শিক্ষা সমিতিৰ ‘শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা…

গুৱাহাটী :বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ অধীনস্থ শিশু শিক্ষা সমিতি, অসমে সমগ্ৰ ৰাজ্যত ৫৫৬ খন বিদ্যালয়ৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানত ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। বিগত
Read More...

বেবেজীয়া জুনিয়ৰ কলেজৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী ।

নগাঁও : নগাঁও জিলাৰ বেবেজীয়াৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া জুনিয়ৰ কলেজে  সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাত শিক্ষানুষ্ঠানখনৰ লগতে স্থানীয় ৰাইজৰ মাজত সন্তুষ্টি লাভ কৰিছে
Read More...

ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰি আটক সোণতলীৰ ডেকাচাং হাইস্কুলৰ প্ৰধান শিক্ষক, সহ: শিক্ষক, পৰিচালনা সমিতিৰ…

সোণতলী : ৰাজ্যত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত পুনৰাই সংখ্যালঘু উন্নয়ন বিভাগৰ দ্বাৰা সংঘটিত হৈছে বৃহৎ কেলেংকাৰী৷ শেহতীয়াভাৱে জালিয়াতিৰে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাতৰ এই ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে দক্ষিণ
Read More...

উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজনি মাজুলী বিদ্যালয়ৰ সাফল্য ।

উজনি-মাজুলী : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফলত উজনি মাজুলীৰ বিদ্যালয়, মহাবিদ্যালয় সমূহতো দেখা গ'ল সন্তুোষজনক ফলাফল৷ ইয়াৰে ভিতৰত উজনি মাজুলীৰ অগ্ৰণী শিক্ষানুষ্ঠান জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ
Read More...

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অবিভক্ত নগাঁও জিলাৰ ২৮ ছাত্ৰ ছাত্ৰীৰ শীৰ্ষ স্হান । নিজৰেই ৰেকৰ্ড…

নগাঁও : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা , বানিজ্য আৰু বিজ্ঞান শাখাত আজি ঘোষিত ফলফলত অবিভক্ত নগাঁও জিলাৰ মুঠ ২৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে শীৰ্ষ স্হান দখল কৰি জিলাখনলৈ গৌৰৱ
Read More...

বিজ্ঞান শাখাত ষষ্ঠ আৰু সপ্তম স্থান লাভেৰে গহপুৰলৈ গৌৰৱ কঢ়িয়াইছে দুই কীৰ্তিমানে ; গ্ৰন্থ অধ্যয়নে…

ডুবিয়া : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ষষ্ঠ আৰু সপ্তম স্থান লাভেৰে ক্ৰমে ব্ৰেনজিত হাজৰিকা আৰু অম্লানজ্যোতি পেগুৱে গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। দুই কীৰ্তিমানে বিজ্ঞান শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ পৰা
Read More...

নাজিৰাত উচ্চতৰ মাধ্যমিকৰ ফলাফল সন্তোষজনক, চাৰিখনৰ ১০০ শতাংশ উত্তীৰ্ণ।

নাজিৰা : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল নাজিৰাত যথেষ্ট উৎসাহজনক৷ নাজিৰাৰ সমীপৰ তিনিগৰাকী ছাত্ৰীয়ে নগাঁৱৰ ৰামানুজন কলেজৰ পৰা অবতীৰ্ণ হৈ স্হান লাভ কৰাৰ বিপৰীতে চাৰিখন শিক্ষানুষ্ঠানৰ ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ
Read More...

ক’ৰোনা ভাইৰাছ : ইউজিচিক শিক্ষাবর্ষ, ছেমিষ্টাৰ গাইডলাইন পুনৰ বিবেচনাৰ নিৰ্দেশ কেন্দ্ৰৰ ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক: ক’ৰোনাৰ বাবে এইবাৰ ক্ষতি হোৱাৰ সম্ভাৱনা শিক্ষাবৰ্ষৰ৷ মানৱসম্পদ উন্নয়নমন্ত্রী ৰমেশ পোখৰেৱালে বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগ (ইউজিচি)ক ২০২০ চনৰ পৰীক্ষাৰ গাইডলাইন পর্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে৷ তদুপৰি শিক্ষাবৰ্ষ
Read More...

দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে কলা শাখাত প্ৰথম স্থানপ্ৰাপ্ত পূবালী ডেকাই ৷

দৰং: আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰিক্ষাৰ ফলাফলত দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে পূবালী ডেকাই ৷  দিপীলাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এন আৰ ডি এচ জুনিয়ৰ কলেজৰ ছাত্ৰী পূবালী ডেকাই  সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলালৈ গৌৰৱ কঢ়িয়াই অনাত আনন্দিত
Read More...