Breaking

বঙাইগাঁৱৰ নৰ্থ বইটামাৰীত অগ্নিদগ্ধ হৈ বৃদ্ধ দম্পতীৰ কৰুণ মৃত্যু…

0 15

বঙাইগাঁৱৰ নৰ্থ বইটামাৰীত ভয়ংকৰ ঘটনা। অগ্নিদগ্ধ হৈ বৃদ্ধ দম্পতীৰ কৰুণ মৃত্যু।

দুলাল ভট্টাচাৰ্য, কৌশল্যা ভট্টাচাৰ্যৰ মৃত্যু। এখন চাহৰ দোকানত নৈশ যাপন কৰিছিল দম্পতীটোৱে। নৰ্থ বইটামাৰীৰ বাশবাৰী বজাৰত এই ঘটনা।

অগ্নিকাণ্ডত ভস্মীভূত তিনিখনকৈ দোকান। গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত।

লগতে পঢ়ক : শিৱসাগৰৰ মটক গোহাঁইগাঁৱত পুখুৰীত বিহ দি মাছ নিধন দুষ্কৃতিকাৰীৰ…

Leave A Reply

Your email address will not be published.