Breaking

শিৱসাগৰত অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ : বহু হাজাৰ সমৰ্থকৰ

0 2,022

অখিল গগৈৰ প্ৰতিকৃতি সন্মুখত লৈ শিৱসাগৰ সমষ্টিত বিশাল ৰেলী সমৰ্থকৰ । অখিলৰ মাতৃ প্ৰিয়দা গগৈ, অখিলৰ ভগ্নী, সমাজ কৰ্মী মেধা পাটকাৰৰ লগতে বহু ৰাষ্ট্ৰীয় নেতাই এই ৰেলীত অংশগ্ৰহন কৰে শিৱসাগৰত অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সমৰ্থকৰ । এক বৃহৎ ৰেলী উলিয়াই অখিল গগৈৰ সমৰ্থক সকলে । অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ আৰু ভগ্নীয়েও অংশ গ্ৰহন কৰে এই ৰেলীত । বহু হাজাৰ সমৰ্থকে উক্ত ৰেলীত অংশগ্ৰহন কৰে । আনহাতে কাৰাৰুদ্ধ অখিল গগৈ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ।

Leave A Reply

Your email address will not be published.