ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল;প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি

ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল।

প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি।

কাইলৈৰ পৰা বলৱৎ হ’ব নতুন নিৰিখ।

৩০০ ইউনিটলৈ বৃদ্ধি হ’ব ৩০ পইচাকৈ। ৩০০-৫০০ ইউনিটত বাঢ়িব ৫০ পইচাকৈ।

৫০০ৰ অধিক ইউনিটত বাঢ়িব ১.২৯ টকাকৈ।

বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্ৰত বাঢ়িব ১.২৯ টকাকৈ ।

Related Articles