Breaking

পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…

0 29

পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু। নিশা সতীৰ্থৰ সৈতে বজাৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত সংঘটিত হয় এই ঘটনা।

আক্ৰমণত ৰামজিৎ চৌহান নামৰ এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজন লোক হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে। উক্ত ঘটনাৰ পাছৰে পৰা বৃহত্তৰ অঞ্চলটোত সৃষ্টি হয় আতংকৰ।

Leave A Reply

Your email address will not be published.