বিশিষ্ট চিকিৎসক ডাঃ আভাৰাণী বৰাৰ দেহাৱসান…

বিশিষ্ট চিকিৎসক ডাঃ আভাৰাণী বৰাৰ মৃত্যু। ৫৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসকগৰাকীয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ডাঃ আভাৰাণী বৰা।

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱা চিকিৎসকগৰাকীয়ে স্নাতকোত্তৰ ডিগ্ৰী লৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা৷

চৰকাৰী চিকিৎসক হিচাপে সোণাৰি, জাগীৰোড, ৰঙিয়া, গুৱাহাটীত আদিত সেৱা আগবঢ়াই স্বাস্থ্যজনিত কাৰণত স্বেচ্ছামূলক অৱসৰ লৈছিল৷

Related Articles