Breaking

বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান ! আজি দিনৰ ২ বজাত নৱগ্ৰহ শ্মশানত কৰা হ’ব শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া…

0 51

বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ভূপেন উজীৰৰ৷

৬ জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল ভূপেন উজীৰ৷ ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ।

আজি দিনৰ ২ বজাত নৱগ্ৰহ শ্মশানত কৰা হ’ব শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।

Leave A Reply

Your email address will not be published.