বিনোদন

বিগ বছ ১৬: নেটিজেনে এম চি ষ্টেনক শ্বালিন ভানোটক উচটনি দিয়াৰ পিছত তেওঁক বাহিৰ কৰি দিয়াৰ দাবী জনাইছে…

যেতিয়া বিগ বছে এই ছিজনৰ প্ৰথমখন শাৰীৰিক যুঁজৰ সাক্ষী হৈছিল যাৰ বাবে অৰ্চনাক শ্ব’টোৰ পৰা বাহিৰ কৰি দিয়া হৈছিল আৰু পুনৰ ভিতৰলৈ অনা হৈছিল,...

বয়ফ্ৰেণ্ড সম্পৰ্কত মুখ খুলিলে বলিউডৰ মোহময়ী নায়িকা কীৰ্তি শ্বেননে।

কীৰ্তি শ্বেননৰ বয়ফ্ৰেণ্ড আছেনে? হিৰ’পণ্টি, বচ্ছন পাণ্ডেৰ দৰে জনপ্ৰিয় ছৱিত অভিনয় কৰা কীৰ্তি Single নেকি? শেহতীয়াকৈ এগৰাকী অনুৰাগীক অভিনেত্ৰীগৰাকীয়ে এই সম্পৰ্ত এটা বুদ্ধিদীপ্ত উত্তৰ দিছে৷...

কেৰিয়াৰৰ আৰম্ভণিতে ৰণবীৰ সিঙো সন্মুখীন হৈছিল ‘কাষ্টিং কাউছ’ৰ। নিজেই ব্যক্ত কৰিলে এই কথা।

কেৱল অভিনেত্ৰীয়েই নহয়, অভিনেতাসকলো এই যৌন আতিশয্যৰ বলি হৈছে৷ শেহতীয়াকৈ ৰণবীৰ সিঙে এই সম্পৰ্কত এটা বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে৷ বলিউডৰ বিখ্যাত পৰিচালকৰ বিৰুদ্ধে যৌন...

বোকাখাত একে ৰাতিতে এখন গাঁও বনাই পেলালে কংগনা ৰাণাৱতে। কাৰণ ‘ইমাৰজেঞ্চী’

কাৰ্বি আংলঙৰ ভিতৰুৱা এখন গাঁৱত চিত্ৰগ্ৰহণ সামৰি বোকাখাতত ছেট নিৰ্মাণত ব্যস্ত কংগনাৰ টীম। বোকাখাতত বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱতৰ ‘ইমাৰজেঞ্চী’ ছবিৰ শ্বুটিং। দেওবাৰে অতি সংগোপনে কাজিৰঙাত বাহৰ...

৫০ বছৰীয়া হ’ব হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ। জন্মস্থান যোৰহাটত অনুৰাগীয়ে আয়োজন কৰিছে জন্মদিনৰ বৰ্ণাঢ্য কাৰ্যসূচী।

কাইলৈ ১৮ নৱেম্বৰ । হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ওপজা দিন। প্ৰতিবছৰেই জুবিনৰ অসংখ্য গুণমুগ্ধই তেওঁৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰি আহিছে৷ এইবাৰো অনুৰাগীসকলে তেওঁৰ এই বিশেষ...

Popular