বিনোদন

যেতিয়া নাতিনী আৰাধ্যা বচ্চনে খং কৰে, তেতিয়া কি উপহাৰ দি নাতিনীয়েকৰ খং কমায় বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনে?

যেতিয়া নাতিনী আৰাধ্যা বচ্চন খং কৰে, বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনে উপহাৰ দি কি উদযাপন কৰে জানকঅমিতাভ বচ্চনে কৌন বনেগা কৰোড়পতি অনুষ্ঠানটোত পৰিয়ালটোৰ বিষয়ে আলোচনা...

পুনৰ চিত্ৰগৃহলৈ অসমীয়া চলচ্চিত্ৰ “একলব্য”জুবিন গাৰ্গৰ প্ৰচেষ্টাত মুক্তিলাভ কৰিব এক্সনধৰ্মী ছবিখন

চলিত বৰ্ষৰ ৭ জানুৱাৰীত সমগ্ৰ অসমত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ "একলব্য" পুনৰ চিত্ৰগৃহলৈ আহিব। অহা ৭ অক্টোবৰত সমগ্ৰ অসমতে মুক্তি দিয়া হ'ব এক্সনধৰ্মী ছবিখন।...

ভুৱনেশ্বৰ কুমাৰক ট্ৰ’ল কৰা সকলক কি ক’লে পত্নী নুপুৰ নগৰে…

‘আজিকালি মানুহ নেতিবাচক হৈ পৰিছে’, সমালোচকক তীব্ৰ সমালোচনা কৰে ভুৱনেশ্বৰ কুমাৰৰ পত্নী নুপুৰ নগৰে। অতি দুৰ্বল ফৰ্মৰ সৈতে সংগ্ৰাম কৰিছিল ভাৰতৰ তাৰকা বলাৰ ভুৱনেশ্বৰ...

অনন্যা পাণ্ডেৰ বেয়া দিন! লাইগাৰ ফ্লপৰ পিছতে ছবি নিৰ্মাতাসকল আঁতৰি গৈছে অনন্যা পাণ্ডেৰ পৰা…

অভিনেত্ৰীগৰাকীৰ ব্যৰ্থতাৰ বাবেই এতিয়া তেওঁক এৰি থৈ গৈছে ছবি নিৰ্মাতাসকলে।এতিয়া আহিল অনন্যা পাণ্ডয়ৰ বেয়া দিন! লাইগাৰ ফ্লপৰ পিছতে ছবি নিৰ্মাতাসকল আঁতৰি গৈছে অনন্যা পাণ্ডেৰ...

আৰিয়ানৰ খানৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মাক গৌৰী খানে ক’লে ‘কফি উইথ কৰণ’ শ্ব’ত…

আৰিয়ানৰ খানক গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মাক গৌৰীয়ে ভাষণ দিছিল, এই কথা প্ৰকাশ কৰিছিল কৰণৰ শ্ব’ত! শেহতীয়াকৈ শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে নিজৰ পুত্ৰ...

Popular