বিনোদন

৬৭ বছৰীয়া হ’ল কমল হাছান

আজি ৬৭ বছৰীয়া হ'ল অভিনেতা কমল হাছান। তেওঁ এজন অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, গায়ক, গীতিকাৰ আৰু আনকি এজন ৰাজনীতিবিদ হিচাপেও জনাজাত। হাচানে মুখ্যতঃ তামিল...

বকোত ” পাঞ্চজন্য শিল্পী গোষ্ঠী”ৰ নাট শুভ উদ্ধোধন

নাটকৰ জৰিয়তে স্বকীয় সংস্কৃতি আৰু সমাজ সংস্কাৰ কৰিব পাৰি, :খয়াৰ আলী আহমেদ।দৈনন্দিন বাৰ্তা সেৱা,বকো, ৬ নবেম্বৰকৃষ্টিৰ পথাৰত সৃষ্টিৰ থাপনা স্থাপন কৰি কামৰূপ জিলাৰ বকোত...

সমীৰ ৱানখেডেক আৰিয়ান খানৰ কেছৰ পৰা ‘আঁতৰোৱা হোৱা নাই’!

আৰিয়ান খান গোচৰএনচিবিৰ মুখ্য কাৰ্যালয়লৈ স্থানান্তৰকৰা হৈছে; সমীৰ ৱানখেডে কেছটোৰ পৰা 'আঁতৰোোৱা হোৱা নাই'। এক গুৰুত্বপূৰ্ণ ঘটনাত, নাৰ্কোটিক কণ্ট্ৰোল ব্যুৰোৰ (এনচিবি) বিতৰ্কিত আৰিয়ান খান...

পোন্ধৰ শ মাটিৰ চাকি প্ৰজ্বলন কৰি উদযাপন প্ৰদূষণমুক্ত দীপাৱলী

সমগ্ৰ দেশৰ লগতে আজি ব্ৰিটিছ কালীন বজালীৰ ৰাজধানী পাটাছাৰকুছিৰ বৰপুখুৰীত প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত উদযাপন কৰা হয়।পোহৰৰ উৎসৱ দীপাৱলী। মহামিলনৰ বাৰ্তাৰে দীপান্বিতা জ্বলিল পোন্ধৰ শ...

পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাক লৈ উখল-মাখল ৰাজ্য ।

পোহৰৰ উৎসৱ দীপাৱলী আৰু শ্ৰী শ্ৰী শ্যামা পূজা উদযাপনেৰে মুখৰিত হৈ পৰিছে ৰাজ্য । দেশজুৰি আনন্দ-উছাহেৰে  পালন কৰা হৈছে  দীপাৱলী । কাতি মাহৰ অমৱস্যা...

Popular