বিনোদন

কলাগুৰুক ব্যতিক্ৰমী ৰূপত স্মৰণ : তিনি মিনিটতে বিষ্ণু ৰাভাৰ ছবি অংকন কৰি চৰ্চিত ধলাইবিলৰ বিতুপন ভূঞা

সমগ্ৰ ৰাজ্যজুৰি ২০ জুন তাৰিখে কলাগুৰু বিষ্ণু ৰাভা দেৱৰ স্মৃতিত ৰাভা দিৱস পালন কৰি অহাৰ মাজতে আজি দুৱছৰ ধৰি ক'ভিড সৃষ্ট পৰিস্থিতিত ৰাজ্যখনৰ বিভিন্ন...

কোৰিয়াৰ আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অসমৰ ছুটি ছবি “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক”লৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা

কুলদীপ মেধিৰ দ্বাৰা পৰিচালিত “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক” নামৰ ছুটি ছবিখনে কোৰিয়াৰ এপোৰিয়া ইন্টাৰনেচনেল ভিলেজ ফিল্ম ফেষ্টিভেলত ‘শ্ৰেষ্ঠ পৰিচালক’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে...

ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত চুটি ছবি “অনীহা”লৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

অসমত যুৱ প্ৰতিভাৰ যে অভাৱ নাই আৰু সৃষ্টিশীল কৰ্মৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ অসমৰ যুৱক-যুৱতীসকলৰ মাজত যে অফুৰন্ত প্ৰতিভা লুকাই আছে...

‘India’ক ‘Bharat’ নামেৰে নামাকৰণৰ দাবী : পুনৰ বিতৰ্কত কংগনা ৰাণাৱট

নতুন বিতৰ্কৰ সৈতে পুনৰ সংবাদ শীৰ্ষত অভিনেত্ৰী কংগনা ৰাণাৱট। ‘India’ক ‘Bharat’ নামেৰে নামাকৰণৰ দাবী উত্থাপন কৰিছে কংগনাই। এই সন্দৰ্ভত এক দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে...

ইণ্ডিয়ান আইডলৰ পৱনদ্বীপ ৰাজনৰ কন্ঠত অসমৰ নীল আকাশৰ গীত।

ইণ্ডিয়ান আইডলৰ পৱনদ্বীপ ৰাজনৰ কন্ঠত অসমৰ নীল আকাশৰ গীত। https://youtu.be/e-K6brcLv6k

Popular