বিনোদন

জাহ্নৱী মিনি থিয়েটাৰৰ শুভ মহুৰত

নলবাৰী : আজি নলবাৰী জিলাৰ গণেশ মন্দিৰৰ সমীপৰ চিলাৰায় ভৱনত জাহ্নৱী মিনি থিয়েটাৰৰ শুভ মহুৰত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। এইবেলি জাহ্নৱী মিনি থিয়েটাৰে...

এনএছডিৰ অধ্যক্ষ পদত কিংবদন্তী অভিনেতা পৰেশ ৰাৱাল

দৈনন্দিন বাৰ্তা ডেস্ক : নেচনেল স্কুল অব ড্ৰামাৰ অধ্যক্ষ পদত উপবিষ্ট হ’ল অভিনেতা পৰেশ ৰাৱাল ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই এই সিদ্ধান্তৰ পাচত এনএছডিৰ বিষয়াৰ...

চুটি ছৱিৰ জনপ্ৰিয়তা

✍ গীতাশ্রী বৰা সাম্প্ৰতিক সময়ত চুটি ছৱিৰ জনপ্ৰিয়তা ছ'চিয়েল মিডিয়াত অত্যাধিক। চুটি ছৱিৰ জনপ্ৰিয়তা আছে বাবেই হয়তু বহু সংখ্যক চুটি ছৱিৰ সৃষ্টি হৈছে। দৰ্শকৰ অভূত...

১৫ আগষ্টত মুক্তি পাব অক্ষয় কুমাৰ অভিনীত ছবি লকস্মী বোম্ব

✍ ভিকি শৰ্মা বলিউড ছৱি জগতৰ সদা ব্যস্ত অভিনেতা খিলাড়ী অক্ষয় কুমাৰৰ প্ৰতিখন ছবিয়ে চিত্ৰগৃহত এক আলোড়ন সৃষ্টি কৰি অহা দেখা গৈছে। কিন্তু এইবাৰ তাৰ...

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা আপত্তি বিহীন প্ৰমাণপত্ৰ ল’ব লাগিব সেনাবাহিনীক লৈ চিনেমা, ডকুমেণ্টেৰী নিৰ্মাণত

দৈনন্দিন বাৰ্তা ডেস্ক : যিকোনো বিষয়বস্তুত এতিয়াৰে পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা আপত্তি বিহিন প্ৰমাণপত্ৰ (এনঅ’চি) বা ক্লিয়েৰেঞ্ছ ল’ব লাগিব৷ কেতবোৰ ৱেব ছিৰিজে সশস্ত্ৰ বাহিনীৰ...

Popular