বিনোদন

ছুটি কথা ছৱিৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম খোদিত কৰিলে নলবাৰীৰ যুৱকে।

দক্ষতা আৰু প্ৰতিভাৰ বিকাশ ঘটাই নলবাৰীৰ এজন যুৱকে ছুটি কথাছবিৰে আন্তৰ্জাতিক পৰ্য্যায়ত নিজৰ নাম খোদিত কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম...

শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত বিশিষ্ট সত্ৰীয়া শিল্পী মাজুলীৰ প্ৰফুল্ল বৰা ।

উজনি-মাজুলী : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত প্ৰদান কৰা শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত হৈ আছে ৭৪ বছৰীয়া বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰফুল্ল বৰা| মাজুলী...

খৈৰাবাৰীত সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ সংবাদমেল । অতি শীঘ্রেই বেগম জান ধাৰাবাহিকৰ সম্প্ৰচাৰ বন্ধ কৰক নহ’লে আইনমুখী হ’ব বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদ :...

টংলা : সমগ্র বিটিচি অঞ্চলৰ ব্ৰাহ্মণসকলক প্ৰতিনিধিত্ব কৰা ব্ৰাহ্মণ সকলৰ একমাত্র সামাজিক অনুষ্ঠান সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্রীয় নেতৃত্বৰ উপস্থিতিত শুকুৰবাৰে খৈৰাবাৰীত এক...

হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ “বেগম জান” ধাৰাবাহিকখন বন্ধ কৰাৰ বাবে নলবাৰী জিলা উপাযুক্তৰ দ্বাৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লৈ স্মাৰক পত্ৰ প্ৰদান।

নলবাৰী : সমগ্ৰ অসমত সাম্প্ৰদায়িক বিষবাস্পৰ সৃষ্টি কৰা দূৰদৰ্শনৰ অসমীয়া ৰেঙণি চেনেলত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক চিৰিয়েল বেগমজান বয়কট কৰাৰ বাবে হিন্দু ক্ৰান্তি দল অসম...

ৰেঙনি চেনেলৰ বেগমজান চিৰিয়েলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। গনেশৰ মূৰ্ত্তি আৰু ব্ৰাহ্মিণ ছোৱালীৰ মুছলমানৰ সৈতে বিবাহক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।

মঙ্গলদৈ : অসমৰ মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিত যোৱা কালিৰে পৰা প্ৰচাৰিত বেগমজান নামৰ নামৰ চিৰিয়েল খনক লৈ লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ হিন্দু ধৰ্মৰ...

Popular