Breaking

অনিল কাপুৰ অবাক! দুই পত্নীৰ সৈতে বিগ বছত এণ্ট্ৰি ইউটিউবাৰ আৰমান মালিক…

0 38

আৰম্ভ হৈছে বিগ বছ অটিটি ছিজন ৩।বিগ বছ অ’টিটি ছিজন ৩ৰ গ্ৰেণ্ড উন্মোচনৰ লগে লগে প্ৰতিযোগীসকলৰ মাজত যুঁজ আৰম্ভ হৈছে। বিগ বছৰ ঘৰত এটা ৰাতি পাৰ হোৱাৰ লগে লগে প্ৰতিযোগীসকলৰ যুঁজ সামাজিক মাধ্যমত ভাইৰেল। এইবাৰ বিগ বছ অটিটি ছিজন ৩ অতি মনোৰঞ্জনমূলক হ’ব কিয়নো দুই পত্নী পায়েল মালিক আৰু কৃতিকা মালিকৰ সাতে বিগ বছত এণ্ট্ৰি আৰমান মালিকৰ।

১৬ গৰাকী প্ৰতিযোগীৰ একেলগে ‘বিগ বছ অ’টিটি ছিজন ৩’ৰ ঘৰত যুঁজ। ইউটিউবাৰ আৰমান মালিক আৰু তেওঁৰ দুই পত্নীও আছে। এই দৰ্শকে চাই অতি ভাল পাব বিগ বছ অ’টিটি ছিজন ৩।

Leave A Reply