Breaking

Browsing Category

প্ৰকৃতি

অভয়াপুৰীৰ কাকৈজানাত শোকাৱহ ঘটনা

অচিনাক্ত বাহনৰ খুন্দাত কৰুণ মৃত্যু এটা লতামাকৰী বাঘৰ৷ কাকৈজানাৰ মাজেৰে পাৰ হৈ যোৱা ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হয়৷ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে
Read More...

ভূমিকম্পৰ মাজতে হাৰিয়ানাৰ আকাশত এটা ‘ৰহস্যময় পোহৰ’…

ভূমিকম্পৰ মাজতে হাৰিয়ানাৰ আকাশত এটা 'ৰহস্যময় পোহৰ' দেখা গ’ল। আৰু সেই ৰঙীন পোহৰৰ পাছতে ৰহস্য বাঢ়ি আহিছে। মঙলবাৰে নিশা ১০.২৫ বজাত দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বহু ঠাইত কম্পন অনুভৱ কৰা হয়। ভূমিকম্পৰ
Read More...

মুম্বাইত ধাৰাসাৰ অকাল বৰষুণ

মঙলবাৰে মুম্বাইত প্ৰচণ্ড অকাল বৰষুণৰ ফলত চহৰখনৰ উষ্ণতা হ্ৰাস পাইছে। থানে, মীৰা-ভয়ান্দৰ, ভাছাই-বীৰাৰৰ দৰে চহৰতো পুৱা প্ৰচণ্ড বৰষুণ দিয়ে আৰু ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আৰব সাগৰৰ পৰা অহা পশ্চিম বতাহ আৰু
Read More...

দীপৰ বিলৰ সংৰক্ষণ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল তিনি পৰিবেশকৰ্মীৰ ;…

আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা, ৰামছৰ ক্ষেত্ৰ হিচাপে পৰিচিত আৰু ভাৰতৰ ১৫ খন জলাশয়ৰ অন্যতম , গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিলখন বিগত প্ৰায় দুটা দশকত চৰকাৰী-বেচৰকাৰী, প্ৰত্যক্ষ-পৰোক্ষ পৃষ্ঠপোষকতাত ধ্বংসৰ মুখলৈ গতি কৰিছে।
Read More...

অসমত দুটাকৈ ভূঁইকঁপ

শনিবাৰে পুৱা ৰিখটাৰ স্কেলত ৩.৬ আৰু ২.৮ প্ৰাবল্যৰ এটাৰ পিছৰ পৰা আন এটা ভূমিকম্পই মধ্য অসম জোকাৰি যায়। অৱশ্যে, ভূমিকম্প দুটাত কোনো লোক আঘাত বা সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা পোৱা নাই। ৰাষ্ট্ৰীয়
Read More...

বৰষুণৰ সতৰ্কবাণী ! ইউ পি আৰু হাৰিয়ানাকে ধৰি এই ৰাজ্যসমূহত বৰষুণ হ’ব বুলি IMDৰ এলাৰ্ট জাৰি

বৰষুণৰ সতৰ্কবাণী ! ইউ পি আৰু হাৰিয়ানাকে ধৰি এই ৰাজ্যসমূহত বৰষুণ হ’ব বুলি IMD এলাৰ্ট জাৰি কৰিছে।বতৰ বিজ্ঞান বিভাগে জনাইছে যে অহা কেইদিনমানৰ ভিতৰত বৰষুণৰ বাবে গৰমৰ পৰা সকাহ পাব পাৰে। সমগ্ৰ দেশৰ মুঠ ১৮ খন ৰাজ্যত বৰষুণৰ সম্ভাৱনা। যোৱা এদিন বা
Read More...

দ্য’ বিগ কেট কামছ বেক হোম! – মুখ্যমন্ত্ৰী

দুখন বিশেষ ফটো শ্বেয়াৰ কৰি এক সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদথলীলৈ পুনৰ উভতি আহিছে বন্য জীৱ জন্তু।
Read More...

বুলডজাৰে শিলসাঁকোত খহালে প্ৰকাণ্ড অট্টালিকা; ‘শিলসাঁকো বিল’ হ’ব এক আটকধুনীয়া…

দেওবাৰে শিলসাঁকো বিলত উচ্ছেদ অভিযানৰ বাবে প্ৰস্তুতি চলোৱা প্ৰশাসনে আজি আৰম্ভ কৰিলে উচ্ছেদ। প্ৰশাসনৰ বুলডজাৰত খহি পৰিলে বৃহত্‍ অট্টালিকা। শিলসাঁকো বিলত নিৰ্মাণ হোৱা সকলো অবৈধ বাসগৃহ উচ্ছেদৰ পণ লোৱা প্ৰশাসনে যুদ্ধসদৃশ পৰিৱেশৰ মাজেৰে চলাই আছে
Read More...

বঙাইগাঁৱত দুৰ্ঘটনাত নিহত মাতৃক সাৱটি কণমানি সোণালী বান্দৰৰ পোৱালী এটিয়ে কান্দি থকা দৃশ্যই সেমেকাই…

বঙাইগাঁও জিলাৰ কাকৈজানাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি অহা এটি দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত মৃত মাতৃক সাৱটি কণমানি পোৱালীয়ে কান্দি থকা দৃশ্যই শুকুৰবাৰে প্ৰতিজন হৃদয়বান লোকৰ চকু সেমেকাই তোলে৷
Read More...

তুৰ্কীৰ ভূমিকম্পত ১.৫ নিযুত লোক গৃহহীন, ৫,০০,০০০ ঘৰ কৰিব লাগিব পুনৰ নিৰ্মাণ: ৰাষ্ট্ৰসংঘ

প্ৰকৃতিৰ ৰুদ্ধ ৰূপে ধ্বংস স্তুপত পৰিণত কৰা তুৰস্কত আজিও মানুহৰ আৰাওৰ অন্ত পৰা নাই৷ এনে সময়তে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ (ইউএনডিপি) এজন বিষয়াই অনুমান কৰিছে যে শেহতীয়া ভূমিকম্পৰ ফলত তুৰস্কত ১.৫ নিযুত লোক গৃহহীন হৈ পৰিছে আৰু দেশখনৰ
Read More...