Breaking

Browsing Category

প্ৰকৃতি

তুৰস্কৰ ছিৰিয়াৰত পুনৰ ৬.৩ প্ৰাবল্যৰ ভূমিকম্প

ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (ই এম এছ চি)ৰ তথ্য অনুসৰি আজি তুৰস্ক-চিৰিয়া সীমান্ত অঞ্চলত ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হয়। ভূমিকম্পৰ ফলত হোৱা কম্পন ইজৰাইলতো অনুভৱ কৰা হৈছিল।
Read More...

‘ফাগুনৰ স’ৰাপাতে কাৰ বাবে উচুপে?’

'ফাগুনৰ স'ৰাপাতে কাৰ বাবে উচুপে ?'"যেতিয়া পৰশ লাগে,যৌৱনৰ পাৰ ভাগে ,অচিনাকী হয় আপোনএই যে ফাগুন "ফাগুনৰ মায়াবী ৰূপত সকলোৰে মন চঞ্চল হোৱাৰ সময়। চঞ্চলা ফাগুনৰ পছোৱা জাকে আৱেগৰ আঁচল উৰুৱাই মন-প্ৰাণ উতলাই তোলে। স'ৰা পাতে পাতে ফাগুন নামে। বুকুত
Read More...

অসমত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে ৭৬ শতাংশ! প্ৰভাৱ পৰিব কৃষি-স্বাস্থ্য সকলোতে

শ্যামলীমা অসমত কেতিয়াবা যে বৰষুণৰ অভাৱ ঘটিব সেই কথা হয়তো কোনেও ভবা নাছিল।কোনোটো বছৰত ৰাজ্য খনত বৰষুণৰ ঘাটি হ'লেও একে কোৱে ৭৬ শতাংশ বৰষুণ ঘাটিৰ কথা হয়তো কোনেও কল্পনাই কৰিব পৰা নাছিল। কিন্তু কোনেও কল্পনা কৰিব নোৱাৰা কথা এটাই এতিয়া ঘটিবলৈ
Read More...

গুৱাহাটীৰ বায়ু প্ৰদূষণৰ মোকাবিলা কেনেদৰে কৰিব? অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সাধাৰণ…

৮ ফেব্ৰুৱাৰীত গুৱাহাটী চহৰে বায়ুৰ গুণাগুণ সূচকাংকত ভয়াৱহ সীমা অতিক্ৰম কৰিলে। এই ঋতুত ব্যাপক নিৰ্মাণ কাম আৰু কম বৰষুণৰ কাৰ্যকলাপৰ পিছত চহৰখনত তীব্ৰ মাত্ৰাৰ ধোঁৱা আৰু প্ৰদূষণৰ ফলত চকু জ্বলি যোৱা আৰু কম দৃশ্যমানতা দেখা গৈছে।
Read More...

মণিপুৰৰ উখৰুলত পুৱা ৬.১৪ বজাত সংঘটিত হয় ৪.০ প্ৰাবল্যৰ ভূমিকম্প…

মণিপুৰৰ উখৰুলত ৪.০ প্ৰাবল্যৰ ভূমিকম্প। শনিবাৰে পুৱা ৬.১৪ বজাত সংঘটিত হয় এই ভূমিকম্প। শনিবাৰে পুৱা মণিপুৰৰ উখৰুলত ৪.০ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয়। এই
Read More...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগত আৰ্দ্ৰভূমি দিৱস’ পালন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত আৰু জি-২০ যুৱ সন্মিলন উদযাপনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমন্বয়ক সমিতিৰ সহযোগত আজি বিশ্ব আৰ্দ্ৰভূমি দিবস দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এইবাৰৰ আৰ্দ্ৰভূমি দিৱসৰ থিম “আৰ্দ্ৰভূমি পুনৰোদ্ধাৰৰ
Read More...

৫.৯ ৰিখটাৰৰ এক প্ৰবল ভূমিকম্পই নিশা ধ্বংসস্তূপত পৰিণত কৰিলে উত্তৰ-পশ্চিম ইৰান…

এক ভয়াৱহ ভূমিকম্পই শনিবাৰে নিশা ধ্বংসস্তূপত পৰিণত কৰিলে উত্তৰ-পশ্চিম ইৰান। ৫.৯ ৰিখটাৰৰ এক প্ৰবল ভূমিকম্পই তুৰস্কৰ সীমান্তৰ সমীপৰ অঞ্চলটো কঁপাই তোলাৰ পিছত প্ৰায় তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৮০০ ৰো অধিক লোক আহত হয়।
Read More...

এক ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিছে যোশীমঠ চহৰ। মাত্ৰ ১২ দিনতে তললৈ সোমাই পৰিল ৫.৪ ছেণ্টিমিটাৰ…

এক ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিছে যোশীমঠ চহৰ। অপৰিকল্পিত উন্নয়নৰ চমক তথা প্ৰাকৃতিক প্ৰলয়ৰ পৰিণতিত বিপৰ্যয়ৰ সন্মুখীন হোৱা যোশীমঠ যোৱা মাত্ৰ ১২ দিনতে ৫.৪ ছেণ্টিমিটাৰ তললৈ সোমাই পৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ৰ এক
Read More...

ছিংগাপুৰত স্থানীয় কৃষক সকলে কম ব্যৱহৃত ঠাইত শাক-পাচলিৰ নতুন পদ্ধতিৰ খেতিৰ‌ ব্যৱস্থা…

ছিংগাপুৰত ঘূৰি ফুৰিলে, আপুনি দ্বীপটোৰ বহু চুকত মানুহক শাক-পাচলি খেতি কৰা দেখিব, ছাদৰ ওপৰৰ ফাৰ্মৰ পৰা আৰম্ভ কৰি হোটেলৰ বনৌষধি বাগিচা, ঘৰৰ ওচৰৰ কমিউনিটি প্লট আৰু ঔদ্যোগিক অট্টালিকাত ঘৰৰ ভিতৰৰ ব্যৱস্থালৈকে ৷
Read More...

আমেৰিকাৰ কেলিফৰ্ণিয়াত ধুমুহাৰ তাণ্ডৱত বিদ্যুৎ বিহীন প্ৰায় ৭০ হাজাৰ ঘৰ…

প্ৰচণ্ড ধুমুহাৰ দুদিন পিছতো আমৰিকাৰ কেলিফৰ্ণিয়াত ৭০ হাজাৰতকৈও অধিক ঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান বিদ্যুৎবিহীন হৈ আছে। বুধবাৰে প্ৰশান্ত মহাসাগৰত এক নিম্ন চাপৰ সৃষ্টি হৈছিল। এইটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চহৰখনত ধুমুহা আৰু প্ৰবল বৰষুণৰ লগতে
Read More...