Breaking

Browsing Category

প্ৰকৃতি

মাতৃ হোৱাৰ কেইদিনমান আগতে ভয় খাইছে ভাৰতী সিঙে

ভাৰতী প্ৰথমবাৰৰ বাবে এগৰাকী মাতৃ হব । যিহেতু ভয় আছে, লগতে উত্তেজনাও আছে। মাতৃ হোৱাৰ খবৰৰ পৰা, তেওঁ বিভিন্ন সময়ত এই বিষয়ে মুকলিকৈ কৈছে। হাতত মাত্ৰ কেইদিনমান হে আছে। ইয়াৰ পিছত হৰ্ষ
Read More...

কৰোনাৰ চতুৰ্থ ঢৌত আপোনাৰ দাঁত বিপদাপন্ন হয়, এই 6 টা লক্ষণ উপেক্ষা নকৰিব

কৰোনাৰ চতুৰ্থ ঢৌত আপোনাৰ দাঁত বিপদাপন্ন হয়, এই 6 টা লক্ষণ উপেক্ষা নকৰিব । কৰোনাভাইৰাছৰ চতুৰ্থ ঢৌএই মুহূৰ্তত ভাৰতত আঘাত কৰা নাই, কিন্তু ইয়াৰ লক্ষণবোৰ জনাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো নতুন প্ৰকাৰটোৱে দাঁতক প্ৰভাৱিত কৰিছে।
Read More...

যৌতুকৰ বাবে হত্যা ৩০ বছৰীয়া মহিলাক

হাৰিয়ানাত, কৰ্ণাল জিলাৰ চান্দচামান্দ গাঁৱৰ এগৰাকী ছোৱালীক যৌতুক নিৰ্যাতনৰ বাবে হত্যা কৰা হৈছে। ঘটনাটো পুনেত সংঘটিত হৈছিল। ৩০ বছৰীয়া অঞ্জলীৰ দেউতাকৰ অভিযোগৰ ভিত্তিত ইন্দ্ৰি আৰক্ষী থানাই মৃতকৰ স্বামী অংকিত আৰু তেওঁৰ পৰিয়ালৰ আন তিনিজন
Read More...

অসম তথা ভাৰতৰ নাম জিলিকাবলৈ সাজু হৈছে মৰিগাঁৱৰ যুৱক যুৱতীয়ে

game হৈছে সফলতাৰ মাধ্যম । খেলৰ মাধ্যমেৰে বিভিন্ন সময়ত ভাৰতবৰ্ষৰ লগতে অসমৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ যুৱক -যুৱতী সকলে । তেনে সময়ত মৰিগাঁও তথা ৰাজ্যৰলৈ আহিল সু খৱৰ । মৰিগাঁও কাৰাটে এচছিয়েচনৰ প্ৰায় ৬ জনকৈ খেলুৱৈ ভাৰতৰ হৈ ইন্ডুনেছিয়াত
Read More...

ইটাখোলাৰ বালিজুৰিত ভয়ংকৰ অগ্নিকাণ্ড।নিহত এজন একাদশ শ্ৰেণীৰ ছাত্ৰ

বিশ্বনাথ জিলাৰ ইটাখোলা উপ-আৰক্ষী চকীৰ অন্তৰ্গত বালিজুৰি কৈলাস পুৰত ভয়াবহ অগ্নিকান্ডৰ ঘটনাত নিহত হয় একাদশ শ্ৰেণীৰ এজন ছাত্ৰ । ঘটনাৰ বিৱৰনি মতে ইটাখোলাস্থিত বালিজুৰিৰ কৈলাশপুৰত কালি নিশা প্ৰায় ৭ঃ৩০ মান বজাত সংঘটিত হয় এক ভয়ংকৰ
Read More...

কাজিৰঙাত ১৪ সংখ্যক গঁড় গণনা আৰম্ভঃ ৮৪ টা খণ্ডত হ’ব গণনা…

বিশ্বৰ সর্বাধিক এটা খর্গ থকা গঁড়ৰ বাসস্থান স্থল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪ সংখ্যক গঁড় গণনাৰ কাম আজিৰে পৰা আৰম্ভ হৈছে । বন বিভাগৰ তথ্য মতে ২৬, ২৭ আৰু ২৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনা
Read More...

জানো আহক চজিনাৰ পুষ্টিগুণ….

চজিনা – প্ৰকৃতিৰ এক অমূল্য বৰদান। ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰ পৰাই ৩০০বিধ ৰোগৰ আয়ুৰ্বেদিক চিকিৎসাত চজিনা গছৰ পাত, ফুল, ফল, বাকলি, আঠা আৰু শিপাৰ প্ৰয়োগ হৈ আহিছে৷ আনকি দক্ষিণ আফ্ৰিকাৰ কেইবাখনো দেশত পুষ্টিহীনতাত ভোগা শিশুক চজিনাক খাদ্য
Read More...

নগাঁৱৰ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ।পদ -পথৰ সৰস্বতী মূৰ্ত্তিক নৈত বিসর্জন

নগাঁও জিলাৰ এগৰাকী ব্যৱসায়ীয়ে নগাঁও জিলাখনৰ বিভিন্ন স্থানৰ বিদ্যালয়সমূহৰ গছৰ তলত পেলাই থোৱা সৰস্বতী মূৰ্ত্তি সমূহ নিজা প্রচেষ্টাৰে উঠাই নি কলং নৈত বিসর্জন দি এক প্রশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।
Read More...

এন এফ ৰেলৱে অবিচি কৰ্মচাৰী সংস্থাৰ ৰেলৱে কাৰখানা সমিতি গঠন।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অবিচি কৰ্মচাৰী সংস্থাৰ তিনিচুকীয়া মণ্ডলৰ ‌সম্পাদক গণেশ গগৈৰ নেতৃত্বত ডিব্ৰুগড় ৰেলৱে কাৰখানাৰ সভা কক্ষত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত এন. এফ. ৰেলৱে অবিচি কৰ্মচাৰী সংস্থাৰ ডিব্ৰুগড় ৰেলৱে কাৰখানা সমিতি গঠন
Read More...

বাক্সাৰ বাগানপাৰাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ লাই খুটা স্হাপন

বাক্সাৰ বাগানপাৰাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ লাই খুটা স্হাপন। ৰাজ্যৰ অন্য জনগোষ্ঠীসমুহৰ দৰে শৰণীয়া জনগোষ্ঠীৰো জাতীয় উৎসৱ বাঁহ গোসাঁই উৎসৱ । কছাৰী জনগোষ্ঠীটোয়ে অইন বছৰৰ দৰে এইবাৰো বহাগ মাহৰ পাঁচ আৰু ছয় তাৰিখে
Read More...