Breaking

Browsing Category

প্ৰকৃতি

হিজাবৰ ক্ষেত্ৰত আবেদন নাকচ কৰিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৈছে হিজাব ইছলামৰ এক অপৰিহাৰ্য অংশ নহয়; আপুনি স্কুলৰ ইউনিফৰ্ম পিন্ধিব লাগিব। কৰ্ণাটকৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহক হিজাব পিন্ধিবলৈ অনুমতি দিয়া
Read More...

তীৰ্থনগৰী হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত পাই দিৱস উদযাপন

তীৰ্থনগৰী হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত পাই দিৱস উপলক্ষে গনিত বিষয়ক বক্তৃতা অনুষ্ঠান সম্পণ্ণ । কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত অগ্ৰণী শৈক্ষিক - প্ৰতিষ্ঠান সুৰেন দাস মহাবিদ্যালয়ত আজি পাই দিৱস উপলক্ষে মহাবিদ্যালয়ৰ গণিত বিভাগৰ
Read More...

চতিয়াত জলসিঞ্চন সংমণ্ডল কাৰ্যালয় উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

"আমাৰ যুৱকসকল এতিয়া নিজৰ মাটিত খেতি কৰিবলৈ আগবাঢ়ি আহিছে৷চৰকাৰে ট্ৰেক্টৰ দিব,বীজ দিব কিন্তু সময়মতে খেতিপথাৰত পানী যোগান ধৰিব পৰাটো আপোনালোকৰ দায়িত্ব৷আমাৰ যুৱকসকল পানীৰ অভাৱত যাতে খেতিপথাৰত খেতি কৰাৰপৰা বঞ্চিত হ’বলগীয়া নহয় তাৰবাবে
Read More...

নলবাৰী বৰকুৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য।

নলবাৰী চহৰৰ সমীপতে থকা বৰকুৰা নিৰ্মীয়মান দলংৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয়লোকে প্ৰকাশ কৰা অনুসৰি মৃতদেহটো প্ৰায়
Read More...

দক্ষিণ কামৰূপৰত জব্দ বৃহৎ পৰিমানৰ ৰেলৱে সামগ্ৰীৰ লগতে মবাইল টাৱাৰৰ সামগ্ৰী

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ঘোঁৰামাৰাত জোৰশিমুলী আৰক্ষীৰ অভিযান । অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ ৰেলৱে সামগ্ৰীৰ লগতে মবাইল টাৱাৰৰ সামগ্ৰী লগতে আটক হৈছে কুখ্যাত চোৰ আজিমুদ্দিন ৷
Read More...

পুৰণিগুদামৰ প্ৰগতিশীল কৃষক শৰৎ চন্দ্ৰ চমুৱাক সেউজ সৌৰভ বঁটা প্ৰদান

গ্ৰাম্য অৰ্থনীতিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে বহুতৰে জীৱন আৰু জীৱিকাৰ প্ৰশ্ন জড়িত হৈ আছে । দেওবাৰে নগাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে নগাঁও জিলা সন্থাৰ এটি নৱ -নিৰ্মিত ভৱন পুৰণিগুদাম বাপুজী ভৱন আৰু
Read More...

দৰঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়ম।

দৰঙৰ পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাঁও গাঁওপঞ্চায়তত  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকা প্ৰস্তুত কৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।পশ্চিম ওজাগাঁৱৰ দুই শতাধিক দুখীয়া দৰিদ্ৰ পৰিয়াল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ
Read More...

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত Innovative Ecosystem in Academic Institution” শীৰ্ষক দুদিনীয়া…

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ Technology Enabling Centre ৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগত "Innovative Ecosystem in Academic Institution" শীৰ্ষক দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় । উক্ত
Read More...

দেশ তথা ৰাজ্যৰ মঙ্গলৰ বাবে শালমাৰা বামুন্দি সত্ৰত শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ

দেশ তথা ৰাজ্যৰ মঙ্গলৰ বাবে কামৰূপ জিলাৰ শালমাৰা বামুন্দি সত্ৰত শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ কাৰ্যসূচী ৰূপায়ণ ৷শালমাৰাৰ ঐতিহাসিক বামুন্দি সত্ৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই শ্ৰীশ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠান ।
Read More...

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত উৎকোচ ৱাৰ্ড সদস্যৰ

ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ হিতাতিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত উৎকোচ ৱাৰ্ড সদস্যৰ॥ক'ত হেৰাল শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰৰ দূৰ্নীতিবিৰোধীৰ কথা কোৱা নেতা- পালিনেতা?
Read More...