Breaking

Browsing Category

প্ৰকৃতি

ৰঙিয়াৰ বিছেন্নালাত অনুষ্ঠিত হোৱা মহাবিষ্ণু যজ্ঞস্থলীত উপস্থিত ৰিণিকী ভূঞা শৰ্মা

ৰঙিয়া বিধানসভা সমষ্টিৰ বিছেন্নালা গাঁও পঞ্চায়তৰ অন্তৰ্গত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মন্দিৰত প্ৰতি বছৰৰ দৰে এই বেলিও ৭৩ সংখ্যক মহাযজ্ঞ মহোৎসৱ পাঁচদিনীয়াকৈ অনুষ্ঠিত হয়।মহোৎসৱত উপস্থিত হৈ ভগৱানৰ চৰণত ৰাইজৰ মংগল তথা সুখ শান্তি কামনা কৰি সেৱা
Read More...

কাৰ্বি পাহাৰত চলিছে বন ধ্বংসৰ যজ্ঞ, নিৰ্বিকাৰ ৰাজ‍্যৰ বন বিভাগ

ৰাজ‍্য চৰকাৰৰ বন বিভাগ আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মাজত বুজা-বুজিৰ অভাৱে সৃষ্টি কৰিছে নেকি জটিলতা?কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ এনিমেল ক'ৰিড'ৰৰ উচ্ছেদ ,কি প্ৰতিক্ৰিয়া ৰাজ‍্যৰ বন মন্ত্ৰীৰ?
Read More...

দিখৌক বাট ভেটি আমনি কৰিছে কোনে? জীয়াই থাকিবনে দিখৌ?

উজনিৰ এখন নদী দিখৌ। বিশেষকৈ শিৱসাগৰ জিলাৰ জৈৱ বৈচিত্ৰৰ দিশত সদায়েই এক সুকীয়া স্থান দখল কৰি আছে এই দিখৌৱে। বুৰঞ্জীৰ পাতে পাতেও উল্লেখ আছে দিখৌৰ। কিন্তু আকস্মিকভাবে শুকাই যাবলৈ ধৰিছে নদীখন। হাহাকাৰ লাগিছে নৈ পৰীয়া ৰাইজৰ মাজত।
Read More...

দাৰাগাঁৱত এছ এছ বিৰ কৃষকলৈ কৃষি সঁজুলিৰ লগতে শস্যৰ বীজ বিতৰণ

সশস্ত্র সীমা বল চমুকৈ এছএছবিৰ ৬৪ নং বেটেলিয়নৰ উদ্যোগত আজি "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ দাৰাগাওঁত উত্তৰকুছি, দাৰাগাওঁ আদি গাঁৱৰ পৰা নিৰ্বাচিত ৫০ গৰাকী কৃষকক ৰবী শস্যৰ বীজ বিতৰণ কৰাৰ লগতে কৃষক সকলক বিভিন্ন সজুলী
Read More...

আমগুৰিত আৰক্ষী-আবকাৰীৰ অভিযান: চুলাই ঘাটি উচ্ছেদ প্ৰশাসনৰ

পৰিণত হোৱা শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী আৰু আবকাৰী বিভাগে আজি বহুকেইটা চুলাই ঘাটি কুঠাৰে ভাঙি চুলাই ব্যৱসায় বন্ধ কৰিবলৈ অভিযান চলায় । আমগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া নাৰায়ণ বড়ো আৰু আমগুৰি আবকাৰী বিভাগে লালিম ছিগা, বৰাহীবাৰী, ন-আলি
Read More...

জেবিআইচিক অসমৰ উদ্যোগীসকলক সহায় কৰিবলৈ সকলো প্ৰয়োজনীয় সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস

কুৰিহাৰা (তোশী) তোশিহিকো, জাপান বেংক ফৰ ইণ্টাৰনেচনেল কো-অপাৰেচন (জেবিআইচি)ৰ মুখ্য প্ৰতিনিধি; মিৎচুই এণ্ড কোং ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ কলকাতা শাখাৰ মুখ্য আঞ্চলিক বিষয়া, সঞ্চালক চুয়োশি হোণ্ডা আৰু জ্যেষ্ঠ অৰ্থনীতিবিদ (জেবিআইচি) ড০ বিনায়ক
Read More...

অৰুনোদয় আঁচনি আৰু চৰকাৰী গৃহৰ পৰা বঞ্চিত এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী।

বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও একো সকাহ নোপোৱা এটি দুৰ্ভগীয়া পৰিয়াল। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা নাৰায়ণপুৰ গাঁৱৰ এই অসহায় পৰিয়ালটি। উল্লেখ্য যে নাৰায়্ণপুৰ গাঁৱৰ বিধবা মহিলা মালেকা বেগমৰ কণিষ্ঠ পুত্ৰ ৰফিকুল আলী বিশেষভাবে
Read More...

চামধৰাত পহু উদ্ধাৰ কৰি আঘাত প্ৰাপ্ত পহুটোক বন বিভাগক চমজাই দিয়ে স্থানীয় ৰাইজে 

শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত ধলাবিল চামধৰা পানী গাঁৱত কালি এটা প্ৰকাণ্ড পহু ৰাইজৰ সহযোগত উদ্ধাৰ কৰে। জানিব পৰা মতে গাঁওখনৰ যুৱ প্ৰকৃতি প্ৰেমী বুবু শইকীয়া নামৰ যুৱক জনৰ ঘৰৰ পিছফালৰ বাৰিত পহুটোক প্ৰত্যক্ষ কৰে আৰু স্থানীয় ৰাইজক খৱৰ দিয়ে
Read More...

ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ : পক্ষে আৰু বিপক্ষে বিভিন্ন দেশ ? সংকটত বাংলাদেশ

ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ: দুয়োটা সংকটত বাংলাদেশৰ পক্ষে আৰু বিপক্ষে বিভিন্ন দেশ? ইউক্ৰেইন  আক্ৰমণৰ ফলত সমগ্ৰ পশ্চিমীয়া বিশ্বই ৰাছিয়াৰ বিৰুদ্ধে
Read More...

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ। ইউক্ৰেনৰ ছামি ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিত এমবিবি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰি অধ্যয়নৰ বাবে গৈছিল জাভেদ। কিন্তু যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ শেহতীয়া অৱস্থাত শংকিত
Read More...