প্ৰকৃতি

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস পালন

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন। ব্যঘ্ৰ দিৱস উপলক্ষে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা হয়...

গড়গাঁও মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ২০০ৰো অধিক গছ পুলি ৰোপণ কাৰ্যসূচী

যি সময়ত উন্নয়নৰ নামত গছ কটাৰ প্ৰকোপ বৃদ্ধি পাই আহিছে সেই সময়ত এটিয়া এক ব্যতিক্ৰম ব্যৱস্থা গ্ৰহণ কৰিছে গড়গাঁও মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্চাসেৱক...

বিচ্ছিন্ন হোৱাৰ দিশে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, ধেমাজিত বানৰ সংহাৰী ৰূপ

ধাৰাবাহিক বৰষুণৰ ফলত জীয়াধলৰ পানীয়ে পুনৰ বুৰালে ধেমাজিৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০০ মিটাৰৰো অধিক অংশ৷ যিকোনো মুহূৰ্ততে যাতায়ত বিঘ্নিত হোৱাৰ আশংকা ধেমাজিৰ...

হালধীয়া সোণাৰু ফুলেৰে জাতিষ্কাৰ হ’ব দেৰগাঁও চহৰ; কাব্যঋষি’নীলমণি ফুকনৰ স্মৃতিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰোৱা হ’ব সোণাৰু গছ

দেৰগাঁৱৰ ৰাইজৰ মাজলৈ আহিছে ভাল খবৰ। জ্ঞানপীঠ বঁটা বিজয়ী দেৰগাঁৱৰ সু-সন্তান কাব্যঋষি নীলমণি ফুকনৰ অন্যতম প্ৰিয় সোণাৰু গছেৰে সজাই তোলা হ'ব দেৰগাঁৱৰ মাজেৰে যোৱা...

মানালীৰ হৰপাৰ বানে উটুৱাই লৈ গ’ল ‘তাচ পাত’ৰ দৰে পাঁচ মহলীয়া হোটেল

মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এখন সম্পূৰ্ণ পাঁচ মহলীয়া হোটেল হৰপা বানে উটুৱাই লৈ গ’ল। পোহৰলৈ আহিছে ভয়ংকৰ ভিডিঅ’টো। ভিডিঅ’টোত হোটেলখনৰ কাষেৰে বৈ গৈছে বিপুল পৰিমাণৰ পানী।...

Popular