প্ৰকৃতি

ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডব

ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াই বিভিন্ন ঠাইত তাণ্ডব চলাইছে। শ শ ৰাইজৰ ঘৰ দোৱাৰ ভেটি মাটি ব্ৰহ্মপুত্ৰ বুকুত জাহ যাব ধৰিছে।ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱতো ব্ৰহ্মপুত্ৰ...

বিপৰ্জয়ৰ পৰা ৰাজস্থানৰ ৪ খন জিলাত বানপানীঃ এতিয়ালৈকে ৭ জন লোকৰ প্ৰাণহানি; টংক, বুণ্ডী, কোটাকে ধৰি ৭ খন জিলাত অৰেঞ্জ এলাৰ্ট

বিপৰ্জয় ধুমুহাৰ বাবে ৰাজস্থানত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। জয়পুৰ বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে টংক, বুণ্ডী, কোটা, বৰা, দৌছা, সৱাইমাধোপুৰ, কৰৌলীত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।...

মানিকপুৰত বানপানীৰ কবলত কুৰি খনৰো অধিক গাঁও, বিপদসংকুল অৱস্থাত মথাউৰি

কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে উত্তৰ অভয়াপুৰী সমষ্টিৰ কেইবাখনো গাওঁ বুৰাই পেলাইছে। বিশেষকৈ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত...

কামপুৰত ছিঙিল কপিলীৰ প্ৰেমজান মথাউৰি

কামপুৰত ছিঙিল কপিলীৰ প্ৰেমজান মথাউৰি৷ খানদঙৰ বান্ধ খুলি দিয়াত কপিলী জলস্তৰ বৃদ্ধি পোৱাত কামপুৰ গোসাঁইগাঁও প্ৰেমজান মথাউৰি ছিঙি নিলে কপিলীৰ বাঢ়নী পানীয়ে৷ ৰাইজৰ অভিযোগ,...

ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন অমিত শ্বাহৰ…

গৃহ মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে কুচ ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। শ্বাহে প্ৰথমে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আকাশী জৰীপ কৰিব...

Popular