Breaking

Browsing Category

প্ৰকৃতি

বিহালীৰ সমন্বয়ৰ স্থলী শ’লমাৰীত উখল-মাখল পৰিৱেশ

বিহালীৰ সমন্বয়ৰ স্থলী শ'লমাৰীত নব-নিৰ্মিত শিৱ মন্দিৰ আজি প্ৰাণ প্ৰতিষ্ঠাৰে এক উখল -মাখল পৰিবেশ । অসমীয়া,চাহ জনজাতি,বেংগলী, নেপালী, কাৰ্বি, মিছিং, ভোজপুৰী আদি জনগোষ্ঠী লোকৰ উপস্থিতিয়ে দাঙি ধৰিলে সম্প্ৰীতিৰ চানেকি বিহালীত । বিহালী
Read More...

অধিবক্তা পত্নীৰ গৃহ কন্দল, উকিল সন্থাৰ কাৰ্যলয় চৌহদত অপ্ৰীতিকৰ পৰিস্থিতি

গোসাঁইগাঁও মহকুমা ন্যায়িক দণ্ডাধীশ আদালত চৌহদত আজি পুৱাতেই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।৷মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা আব্দুছ ছামাদ আহমেদৰ পত্নী ৰশিদা বেগমে আজি পুৱাতেই আদালত চৌহদত উপস্থিত হৈ সৃষ্টি কৰিছে এক অপ্ৰীতিকৰ
Read More...

মানকাচৰত ভয়ংকৰ অগ্নিকাণ্ড । জ্বলি ভস্মীভূত হল বাসগৃহসহ ৫ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি

মানকাচৰৰ ছোটো বাগঝাপাত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হল বাসগৃহসহ ৫ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত ছোটো বাগঝাপাো গাৱঁত
Read More...

ইউক্ৰেইনৰ পৰা অসমত ছয়জন শিক্ষাৰ্থী সুৰক্ষিতভাৱে ভাৰতত উপস্থিত

ইউক্ৰেইনৰ পৰা অসমত ছয়জন শিক্ষাৰ্থী সুৰক্ষিতভাৱে ভাৰতত উপস্থিত হৈছিল । অসম চৰকাৰ এমইএৰ সৈতে নিৰন্তৰ যোগাযোগত আছে । ইউক্ৰেইনত থকা অসমৰ ছয়জন শিক্ষাৰ্থীক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্থানান্তৰ কৰিছে আৰু দেওবাৰে
Read More...

ধৰ্মপুৰ সমষ্টিৰ এজন পিতৃৰ কান্দি কান্দি চৰকাৰলৈ সহায়ৰ আহ্বান

সমগ্ৰ বিশ্বৰ আগত দুঃখবৰটি সম্প্ৰচাৰিত হোৱাৰ পিছৰে পৰাই শংকিত হৈ পৰিছে মানৱ জাতি। কি হ'ব পৃথিৱীৰ ভৱিষ্যত? ছোভিয়েট ইউনিয়নৰ পৰা ইউক্ৰেইন আদি দেশ ওলাই অহাৰ বাবেই পুটিনৰ খং উঠিছে নেকি ? নে ইউক্ৰেইন NATOৰ অন্তৰ্ভূক্ত হোৱাৰ বাবেই ছোভিয়েট ৰাছিয়াৰ
Read More...

ৰঙিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মাৰাথন প্ৰচাৰ

অহা ৬ মাৰ্চ ২০২২ তাৰিখে অনুষ্ঠিত হবলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে শনিবাৰে ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ ১ নং ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থী অমৰেন্দ্ৰ লহকৰ(ধন),২নং ৱাৰ্ডৰ বিউটি বেগম,৩নং ৱাৰ্ডৰ গুনুমণি
Read More...

নাজিৰাৰ বিধ্বস্ত ঐতিহাসিক ৰমণী আলি পুনৰ নিৰ্মাণৰ দাবীত মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান

নাজিৰাৰ বিধ্বস্ত ঐতিহাসিক ৰমণী আলি পুনৰ নিৰ্মাণৰ দাবীত  মহকুমাধিপতিক স্মাৰক পত্ৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ । ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষৰ বহন কৰা নাজিৰা মহকুমাৰ শিমলুগুৰি ঐতিহাসিক ৰাজগড়- ৰমণী
Read More...

জেলেনস্কি ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে অবাধ্য হৈ আছে,

জেলেনস্কি ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে অবাধ্য হৈ আছে, পশ্চিমে অস্ত্ৰ-শস্ত্ৰৰ সৈতে সহায় কৰি কয়ৰাছিয়াই ইউক্ৰেইনক বশ কৰা অব্যাহত ৰখাৰ লগে লগে ইউক্ৰেইনৰ বাহিনীয়ে ৰাজধানী কিয়েভৰ উপকণ্ঠত ৰাছিয়াৰ লোকসকলক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি আছে।
Read More...

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তেজপুৰ বিশ্ববিদ্যালয়ত ১৯ তম সমাৱৰ্তন অনুষ্ঠানত অংশ গ্ৰহণ

ৰাষ্ট্ৰপতি কোবিন্দে তেজপুৰ বিশ্ববিদ্যালয়ত ১৯ তম সমাৱৰ্তন অনুষ্ঠানত অংশ গ্ৰহণ কৰে ।ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি তেজপুৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে য'ত তেওঁ মুখ্য অতিথি হিচাপে ১৯ তম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে।
Read More...

আজি চিত্ৰগৃহলৈ হাস্যমধুৰ ছবি “ৰাইনো এক্সপ্ৰেছ”

আজি চিত্ৰগৃহলৈ হাস্যমধুৰ ছবি "ৰাইনো এক্সপ্ৰেছ" । এতিয়া চিত্ৰগৃহত ছবি চলাৰ পৰিৱেশ আহি পৰিছে। সম্প্ৰতি দেশৰ প্ৰেক্ষাপটত বিভিন্ন ছবিয়ে চিত্ৰগৃহত দৰ্শকৰ পূৰামাত্ৰাই সঁহাৰি পাই আছে। অসমতো আজি ৪ মাৰ্চত বিভিন্ন চিত্ৰগৃহত মুক্তি পাব "ৰাইনো
Read More...