Breaking

Browsing Category

প্ৰকৃতি

দৰঙৰ লালপুলত ভয়ংকৰ পথ দূৰ্ঘটনা।

দৰঙৰ লালপুলত ভয়ংকৰ পথ দূৰ্ঘটনা। ড্ৰাম্পাৰ আৰু ট্ৰাক চালকৰ ময়মতালিৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয় আজি দৰঙৰ জিলাৰ দলগাও থানাৰ অন্তৰ্গত লালপুলৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।দিনৰ প্ৰায় 11 মান বজাত সংঘটিত হয় এই
Read More...

আজি একেলগে ৫ লাখ লোকে পঢ়িব নামাজ ! ক’ত আৰু কি পঢ়িব?

আজি একেলগে ৫ লাখ লোকে পঢ়িব নামাজ ! সুদূৰ মদিনাৰ পৰা আহিছে ইমাম মদিনা। ইমামৰ উপস্থিতি জুম্মা নামাজ পঢ়িব লাখ লাখ লোকে। ইছলাম ধৰ্মালম্বী লোক সকলৰ বাবে এয়া এক সুখৰ খবৰ। মদিনা শ্বৰিফৰ ইমাম চাহাব আহি আছে নগাঁ‌ও জিলাৰ জুৰীয়াত আজি অৰ্থাৎ
Read More...

ভয়াবহ বিপদ সংকুলৰ মাজৰে চলিছে যান-বাহন, জীৱন হাতত লৈ চলাচল কৰিব লগা হয় পদযাত্রীয়ে

যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বিভাগীয় কৰ্তৃপক্ষই । কুম্ভকর্ণ নিদ্ৰাত স্থানীয় প্ৰশাসন । ভয়াবহ বিপদ সংকুলৰ মাজত চলিছে যানবাহন, জীৱন হাতত লৈ চলাচল কৰিব লগা হয় পদযাত্রী । ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ
Read More...

জামুগুৰিত মীন তথ্য কেন্দ্ৰ উন্মোচনী অনুষ্ঠান সফলতাৰে সম্পন্ন

আমাৰ যুৱক-যুৱতী,ডেকা-গাভৰু সকলৰ  গাত প্ৰচুৰ সম্ভাৱনা আছে ৷ তেওঁলোকে তেওঁলোকৰ ইচ্ছাশক্তিৰে সমাজ এখন সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে ৷ সকলো সময়তে চৰকাৰী বস্তু লৈ বেছি আশা নকৰি  জ্ঞান আহৰণৰ জৰিয়তে শিক্ষা ল’বলৈ চেষ্টা কৰি সেই
Read More...

অনলাইন পৰীক্ষাৰ দাবীঃ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ বাহিৰত হুলস্থূল , আৰক্ষীৰ লাঠী চালনা ,…

অনলাইন পৰীক্ষাৰ দাবীঃ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ বাহিৰত হুলস্থূল সৃষ্টি কৰে, আৰক্ষীৰ লাঠী চালনা কৰে, কেইবাজনো শিক্ষাৰ্থী আহত হয়, এছএইচঅ'ৰ ম'বাইল ভঙা হয় । হুলস্থূল দেখি পুলিচে বহুতো শিক্ষাৰ্থীক বাহনত বহিবলৈ বাধ্য কৰিলে।
Read More...

ৰঙিয়া মহাবিদ্যালয়ত ৰাজনৈতিক বিভাগৰ উদ্যোগত আলোচনা চক্ৰ

ৰঙিয়া মহাবিদ্যালয়ত ৰাজনৈতিক বিভাগৰ উদ্যোগত আলোচনা চক্ৰ । বৃহস্পতিবাৰে ৰঙিয়া মহাবিদ্যালয়ৰ সভাকক্ষত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। ভাৰতৰ স্বাধীনতাৰ সময়ত ৰাজনৈতিক দলসমূহৰ ভূমিকা সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ছাত্ৰ -ছাত্ৰী
Read More...

সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা প্ৰযোজিত ‘পাঠান’ বোলছবিখনত দেখা যাব শ্বাহৰুখ খানক

শ্বাহৰুখ খানে ভিডিঅ এটা শ্বেয়াৰ কৰিছিল আৰু তেওঁৰ একচন অৱতাৰ দেখুৱাইছিল, অনুৰাগীসকলে কৈছিল - মই কল্পনা কৰি আছো যে আপুনি পাঠানত কেনেকুৱা দেখিব । বলীউড অভিনেতা শ্বাহৰুখ খানে অলপতে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে,
Read More...

শাসক-বিৰোধী উভয়ে অব্যাহত ৰাখিছে সোণাৰি পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

অহা ছয় মাৰ্চত অনুষ্ঠিত হবলগীয়া পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাৰি পৌৰসভাত তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান। সোণাৰি পৌৰসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি তথা মিত্ৰ দল অসম গণ পৰিষদৰ লগতে কংগ্ৰেছ তথা
Read More...

বৰপেটাত সফল সামৰণি সংকল্প আঁচনিৰ দক্ষতা মেলাৰ

কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা আৰু উদ্যোগ মন্ত্ৰণালয়ৰ সংকল্প আঁচনিৰ অধীনত বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা জীৱিকাৰ বাবে দক্ষতা বিকাশ সম্পৰ্কীয় কৰ্মশালা তথা মেলাখনৰ আজি সফলতাৰে সামৰণি পৰিছে। আজি সামৰণিৰ পূৰ্বে অংশগ্ৰহণ
Read More...

বৰক্ষেত্ৰীৰ বামুনবড়ীত নামনি অসম ক্ৰিকেট একাডেমীৰ স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি ৷

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী খেলপথাৰত নামনি অসম ক্ৰিকেট একাডেমীৰ স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰটো আজি আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰে আৰিয়ান মটৰচৰ স্বত্বাধিকাৰী জিতু আহমেদে । স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি
Read More...