Breaking

Browsing Category

প্ৰকৃতি

উত্তৰ-পূবকে ধৰি আগন্তুক পাঁ‌চ দিনত প্ৰায় ১৯ খন ৰাজ্যত হ’ব প্ৰবল বৰষুণ !

প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ! অনাগত পাঁচ দিনত ১৯ খন ৰাজ্যৰ লগতে উত্তৰ-পূবৰ এই বহুকেইখন ৰাজ্যত হ'ব প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা। এই কথা জনাই ভাৰতীয় বতৰ বিজ্ঞানে।ভাৰতীয় বতৰ বিজ্ঞানে জনোৱাৰ মতে ,আগন্তুক পাঁ‌চ দিনত দেশৰ ১৯
Read More...

মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ আঠজন অসমৰ ভুক্তভোগী

গুজৰাটৰ পৰা উদ্ধাৰ কৰা হৈছে আঠজন অসমৰ ভুক্তভোগী।দেওবাৰে এক যুটীয়া অভিযানত সশস্ত্ৰ সীমা বল (এছএছবি)ৰ ২৪ তম বেটেলিয়ন আৰু আৰক্ষীয়ে অসমৰ পৰা গুজৰাটলৈ সৰবৰাহ কৰা আঠজন ভুক্তভোগীক উদ্ধাৰ কৰে।উদ্ধাৰ কৰি মঙলবাৰে তেওঁলোকৰ পৰিয়ালক গতাই দিয়ে।
Read More...

CAA সন্দৰ্ভত কি ক’লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই?

গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পিছতে CAA বিৰুদ্ধে সৰৱ হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য! গৃহমন্ত্ৰী অমিত শ্বাহে অতি শীঘ্ৰেই কা বলবৎ কৰিম বুলি মন্তব্য কৰিছিল।তেওঁৰ এই মন্তব্য পিছতে প্ৰতিক্ৰিয়া
Read More...

বিকল ধাৰাপুৰ পানী যোগান আঁচনি

গুৱাহাটী মহানগৰীৰ পশ্চিম -প্ৰান্তৰ ধাৰাপুৰ পানী যোগান আঁচনিখন বিগত প্ৰায় দহ দিন ধৰি বিকল হৈ থকাৰ ফলত স্থানীয় গাওঁবাসী পৰিয়াল ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । উল্লেখ্য যে ধাৰাপুৰ পানী যোগান আঁচনিখনৰ অধীনত বৃহত্তৰ ধাৰাপুৰ মাজৰবাহাৰ ,
Read More...

ইণ্টাৰনেট সংবেদনৰ প্ৰতি সন্মান: তাঞ্জানিয়াত ভাৰতীয় উচ্চআয়োগে সন্মানিত কৰিলে কিলি পলক।

বিনায়া প্ৰধানে কিলি পলৰ সৈতে ফটো শ্বেয়াৰ কৰি লিখিছিল, "আজি তাঞ্জানিয়াত ভাৰতীয় উচ্চআয়োগৰ কাৰ্যালয়লৈ এজন বিশেষ অতিথি আহিছিল। তাঞ্জানিয়াৰ বিখ্যাত শিল্পী কিলি পলে তেওঁৰ বহুতো ভিডিঅ'ত বলীউডৰ বহুতো গানৰ সৈতে লিপ-চিং কৰি ভাৰতৰ লাখ লাখ লোকৰ
Read More...

আধাৰশিলাৰ এটা বছৰৰ পাছতো নিৰ্মাণ নহল বালিঘাট মিলনপুৰ পথ

নাজিৰা মহকুমাৰ গড়গাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্গত বালিঘাট অঞ্চলৰ এটা অতি পুৰণি আৰু ব্যস্ত পথ হৈছে বালিঘাট মিলনপুৰ পথ। চৰকাৰী নাম বালিঘাট আতনপুৰ পথ। ৰাজ্যিক লোক -নিৰ্মাণ বিভাগৰ অধীনস্থ এই পথটোৰ দুৰৱস্থাই স্হানীয় জনসাধাৰণক যাতায়তৰ ক্ষেত্ৰত
Read More...

মন্ত্ৰী পীযুষ হাজৰিকাৰ অভিযোগ নসাৎ কৰি প্ৰত্যুত্তৰ দিলে ভূপেন বৰাই!

ভূপেন বৰাৰ বিৰুদ্ধে ফ্লেট বেদখলৰ অভিযোগৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰত্যুত্তৰ ভূপেন বৰাৰ।দীৰ্ঘদিন ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্ৰী পিযুষ হাজৰিকৰ মাজত অব্যাহত আছে বাকযুদ্ধ। এইবাৰ মন্ত্ৰী পিযুষ হাজৰিকাই ভূপেন বৰাৰ পত্নীৰ
Read More...

বৰপেটাত দুদিনীয়া কাৰ্যসূচীৰে সংকল্প মেলা                  

আজিৰে পৰা বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত জীৱিকাৰ জ্ঞান আহৰণ আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে দুদিনীয়াকৈ "সংকল্প" শীৰ্ষক জিলা ভিত্তিক সজাগতামূলক কৰ্মশালা আৰম্ভ হৈছে। জিলা পুথিভঁৰাল চৌহদত আয়োজিত এই কৰ্মশালা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে  জিলা
Read More...

লাহৰীঘাটৰ গেৰুৱাত POCSO ACT ৰ সজাগতা সভা

লাহৰীঘাটৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত POCSO ACT 2012 আৰু বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতা সভাত মৰিগাঁও জিলাৰ ভয়াবহ ব্যাধিৰ সন্দৰ্ভত কেবাটাও দিশ উন্মোচিত হয়। মৰিগাঁৱত অসমৰ ভিতৰতে অভিলেখ সংখ্যক শিশু যৌন নিৰ্যাতন, বাল্য বিবাহ আৰু
Read More...

ঘগ্ৰাপাৰত নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান

ভাল মানুহক সমাজে স্মৰণ আৰু শ্ৰদ্ধা কৰে।সমৰ্পিত মনোভাৱেৰে আত্মীয় ,সহোদৰ আৰু ৰাইজক সময় দিব লাগে।সেই সময়েই দস্টাবেজৰ সৃষ্টি কৰে ; এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি,বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ।নলবাৰীৰ প্ৰাক্তন
Read More...