Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
প্ৰকৃতি
ড০ জয়দেৱ গগৈ কানৈ কমাৰ্চ কলেজৰ নতুন অধ্যক্ষ । Dr. Jaydeb Gogoi
Fata Bihu:৯ মে’ৰ পৰা ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু
স্পেসএক্স Dragonৰ সফল অবৰতণ: মুখে মিচিকীয়া হাঁহি লৰ সুনীতা উইলিয়াম্স । Sunita Williams
Sonitpur:শোণিতপুৰত কেন্দ্ৰীয় চৰকাৰৰ পৰিদৰ্শকৰ দল
অসম
দৈনন্দিন বাৰ্তা
-
November 22, 2024
ভাৰত চৰকাৰৰ(Union Government) কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অন্তৰ্গত কলকতাস্থিত মৰাপাট(Agriculture and Farmers Welfare) উন্নয়ন সঞ্চালকালয়ৰ(Directorate of Cotton Development) সঞ্চালক(Director) জিন্টু দাস, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ সমন্বয়ক ড০ সুভদিপ নন্দী আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান ৰাজ্যিক পৰামৰ্শদাতা অৰুণিমা দেৱ চৌধুৰীৰ নেতৃত্বত ২১ নৱেম্বৰত অহা প্ৰতিনিধি দলে শোণিতপুৰ(Sonitpur) জিলা কৃষি বিভাগৰ বিভিন্ন কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰে।
Football Tournament:সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা
অসম
দৈনন্দিন বাৰ্তা
-
November 17, 2024
নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত চলি থকা ইতিহাসপ্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা(Sindhura Hazarika) সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ(Football Tournament) আজি বিয়লি চূড়ান্ত খেলখন অনুষ্ঠিত হয়।
Mising Olympics: গোগামুখত ১৫ মেগা ইভেন্টত ৩০০০ প্ৰতিযোগীৰে মিচিং অলিম্পিক
অসম
দৈনন্দিন বাৰ্তা
-
November 13, 2024
মিচিং জনগোষ্ঠীৰ নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আসক্তি বৃদ্ধি কৰা আৰু মাদকদ্ৰব্য বা নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই ৰাখিবৰ বাবে আৰম্ভ কৰা মিচিং অলিম্পিকে(Mising Olympics) এইবাৰ দ্বিতীয় সংস্কৰণত ভৰি দিলে৷
Foreign Tourists: বিদেশী পৰ্যটক শিলঘাটৰ জাহাজ ঘাটত নামি পালেগৈ গাঁও
অসম
দৈনন্দিন বাৰ্তা
-
November 13, 2024
প্ৰাকৃতিক, ঐতিহাসিক, সাংস্কৃতিক সমলৰে ভৰপূৰ অসমত এতিয়া দেশী-বিদেশী পৰ্যটকে(Foreign Tourists) ভিৰ কৰিছে। কলিয়াবৰতো লুইতৰ বুকুৰে জাহাজত অসম ভ্ৰমণলৈ আহিছে বিদেশী পৰ্যটক।
Uriagaon Tree Row: উৰিয়াগাঁৱত গছ কটা কাৰ্যত পান্থতৰু সংৰক্ষণী অসমৰ প্ৰতিক্ৰিয়া
assam
দৈনন্দিন বাৰ্তা
-
November 9, 2024
নগাঁৱৰ উৰিয়াগাঁৱৰ(Uriagaon Tree Row) বায়পাছ চাৰিআলিৰ থকা ডিভাইদাৰত থকা প্ৰায় ৩০ জোপা গছ গুৱাহাটীৰ এজন ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ পান্থতৰু সংৰক্ষণী অসম নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
1
2
3
4
...
111
Page 3 of 111
Popular
Chapar News: চাপৰ শিক্ষা খণ্ডৰ গেৰাভিটা কেলেষ্টাৰৰ শিক্ষকসকলক মুখ্যমন্ত্ৰীৰ বিহুৰ ওলগ, ফুলাম গামোচা, মানপত্ৰ প্ৰদান
দৈনন্দিন বাৰ্তা
-
April 1, 2025