Breaking

Browsing Category

প্ৰকৃতি

২২ বছৰৰ পিছত অষ্ট্রেলিয়াত দেখা গ’ল দুষ্প্রাপ্য হেণ্ডফিছ

অষ্ট্রেলিয়াৰ টাছমানিয়াৰ উপকূলত সুদীর্ঘ ২২ বছৰৰ মূৰত দেখিবলৈ পোৱা গৈছে খোজকাঢ়ি ফুৰিব পৰা এক দুষ্প্রাপ্য মাছ৷ ‘হেণ্ডফিছ’ হিচাপে পৰিচিত এই মাছবিধ হ’ল সোঁফালে দুখন হাতৰ দৰে ফান আছে৷ গোলাপী ৰঙৰ এই মাছবিধ ১৯৯৯ চনত অন্তিমবাৰৰ বাবে টাছমানিয়াৰ
Read More...

কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ শিবিৰ

 অসম কৃষি বিশ্ব বিদ্যালয় যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যেগত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা আয়োজিত কৃষি সামগ্ৰী ব্যৱসায়ীৰ পোন্ধৰ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ ২১ ডিচেম্বৰত খুুমটাাই কৃষি বিজ্ঞান কেন্দ্ৰত শুভাৰম্ভৰ হয়  ।
Read More...

মুছলপুৰৰ বিস্তীৰ্ণ পথাৰত দুশ বিঘাৰো অধিক মাটিত সৰিয়হ বিপ্লৱৰ সূচনা

চৌদিশে কেৱল হালধীয়াৰ আচ্ছাদন ৷ এখন যেন হালধীয়া সাগৰ….। চকুৱে ঢুকি নোপোৱালৈকে মাথোঁ হালধীয়া। যি দৃশ্যই এতিয়া হাত বাউল দি মাতিছে সকলোকে। হালধীয়াৰ দৃষ্টিনন্দন পৰিৱেশে আকৰ্ষিত কৰিছে সকলোকে ৷ হালধীয়াত বিলীন হৈছে ভোমোৰা, মৌমাখিও ৷ ৰাজ্যৰ 
Read More...

মহুৰামুখৰ নৈপৰীয়া পথাৰত কৃষকৰ সপোনৰ হালধীয়া হাঁহি

বোকাখাত বিধান সভা সমষ্টিৰ মহুৰা আৰু ৰঙামাটি মৌজাৰ উত্তৰ অংশৰ বানাক্ৰান্ত নৈ পৰীয়া অঞ্চল সমুহৰ চাৰিওফালে এতিয়া শ শ বিঘা কৃষি ভূমিত ফুলি উঠিছে সৰিয়হ ফুলৰ হালধীয়া।এতিয়া কৃষি ভূমি বোৰ হৈ পৰিছে যেন একোখন হালধীয়া দলিচা।চাৰিওফালে এক দৃষ্টি
Read More...

নগাঁও জিলাৰ পশ্চিমাঞ্চলত অবৈধ পুখুৰী খননে সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ

নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৱুকধৰা-নদলবৰী-কহুৱাঁআটি সংযোগী নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধিনস্থ গড়কাপ্তানি পথটিৰ কাষত একাংশ লোকে অবৈধভাৱে পুখুৰী খান্দি বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ এই
Read More...

বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সন্দৰ্ভত সজাগতা সভা

ওদালগুৰি জিলা গ্ৰীণভেলী ফ'ৰেষ্ট এণ্ড ৱাইল্ড লা'ইফ প্ৰটেকচন চচাইটীৰ উদ্যোগত আজি বামনজুলি লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলত বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত এখনি সজাগতা সভা আয়োজন কৰে । গছ - গছনি কাটি বনাঞ্চল ধ্বংস কৰা ,বন্যপ্ৰাণী
Read More...

লাহৰীঘাটত ইফকোৰ উদ্যোগত ৰবি শস্যৰ আলোচনা চক্র

মৰিগাঁও জিলাৰ লাহৰীঘাটত ইফকোৰ উদ্যোগত অনুষ্টিত হয় ৰবি শস্যৰ আলোচনা চক্ৰ ।IFFCOয়ে আয়োজন কৰা এই আলোচনা চক্ৰত লাহৰীঘাট অঞ্চলৰ কেইবা শতাধিক কৃষকে অংশগ্ৰহন কৰে ।ৰজা গাধোৱা গাঁও পঞ্চায়তৰ সভা কক্ষত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত নগাঁও
Read More...

অন্ধকাৰত বুৰ যাব পৃথিৱী! ভয়ংকৰ বিপদৰ আগজাননী

অন্ধকাৰত বুৰ যাব পাৰে পৃথিৱী ! আপুনি হয়তো সোনকালেই একো নেদেখা হৈ পৰিব৷ ইমানেই আন্ধাৰ হৈ পৰিব যে, আপুনি হয়তো আপোনাৰ কাষৰ মানুহজনকো চিনিব নোৱাৰিব৷ শেহতীয়াকৈ, পৃথিৱীয়ে ইয়াৰ উজ্বলতা হেৰুৱাইছে, আৰু ইয়াৰ উজ্বলতাৰ মাত্ৰা ইমানেই হ্ৰাস পাইছে
Read More...

প্ৰদূষণৰ বাবে দিল্লীৰ বিদ্যালয়সমূহ আকৌ বন্ধ

মহানগৰখনত বৰ্তমান বায়ু প্ৰদূষণৰ স্তৰৰ বাবে দিল্লীৰ সকলো বিদ্যালয় শুক্ৰবাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে বন্ধ থাকিব বুলি পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে বৃহস্পতিবাৰে জানিবলৈ দিয়ে । উচ্চতম ন্যায়ালয়ে বায়ুৰ মানদণ্ডৰ অৱনতিৰ মাজত শিশুসকলৰ
Read More...

ড্রেগন ফলৰ খেতিৰে স্বাৱলম্বী গেৰুৱাৰ ৰঞ্জন ব্ৰহ্ম

ওদালগুৰি জিলাৰ গেৰুৱা অঞ্চলৰ ড্রেগন ফলৰ খেতিৰ বাটকটীয়া চন্দন দৈমাৰীৰ হাতত ধৰি আগবাঢ়িছে ৰঞ্জন ব্ৰহ্ম। তুলনামূলকভাৱে অন্যান্য খেতিতকৈ ড্রেগন ফলৰ খেতিত লাভ হোৱাত ই এক লাভজনক খেতিৰ জৰিয়তে বছৰত পাঁচ লাখ টকা বিক্রী হয়। এই ফলৰ বজাৰ মূল্য
Read More...