Breaking

Browsing Category

প্ৰকৃতি

গোৱালপাৰাৰ মাটিয়াত বন বিভাগ আৰু আগিয়া আৰক্ষী চকীৰ তৎপৰতাত অভিযান। কাঠৰ কুণ্ডা সহ মেচিন জব্দ

দেশৰ বনজ সম্পদ সুৰক্ষাৰ দায়িত্বত থকা বন বিভাগৰ কৰ্মীৰ তৎপৰতাত কিছু পৰিমাণে হ'লেও সুৰক্ষিত হৈ আছে বনজ সম্পদ সমুহ। এই কথাৰ প্ৰমাণ স্বৰূপে ৰাজ্যৰ গোৱালপাৰা জিলাৰ বন সংমণ্ডলৰ বন বিষয়া শান্তনা মেধি আৰু আগিয়া আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী
Read More...

দুলীয়াজানৰ প্ৰকৃতিপ্ৰেমী নবীন বৰুৱালৈ পি এইচ ডি সন্মান

অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন বিভাগৰ কৰ্মচাৰী নবীন বৰুৱাক কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডি কে ইণ্টাৰনেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ সহযোগত সমতা সাহিত্য অকাডেমীয়ে পি এইছ ডি ডিগ্ৰী প্ৰদান কৰিছে । তৈল নগৰী দুলীয়াজানৰ নিচেই কাষতে লাগি থকা
Read More...

লাহৰিঘাটত লুইতৰ তীব্ৰ খহনীয়া অব্যাহত

মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনিত পুনৰ বৰলুইতে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি।প্ৰতি দিনেই খহিছে লুইতৰ পাৰ।আংত বিৰাজ কৰিছে নৈপৰীয়া কাঠনি বাসী ৰাইজৰ মাজত। কিন্তু কোনো কাণ সাৰ নাই মৰিগাঁও জিলাৰ বিয়াগোম জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ। বিভাগটোৰ
Read More...

গো-পাল সংস্কৃতি এতিয়াও জীয়াই ৰাখিছে জামুগুৰিহাটৰ এখন গাঁৱে : জীয়া ভৰলীৰ পাৰৰ কঁহুৱা বনৰ মাজৰ পৰা…

আধুনিকতাৰ পৰশ পৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱা এক পৰম্পৰা হ'ল গো-পাল প্ৰথা।আজিৰ পৰা ২০-২৫ বছৰৰ আগলৈকে অসমৰ প্ৰায় প্ৰতিখন গাঁৱতেই বিৰাজমান আছিল এই প্ৰথা।প্ৰতিখন গাঁৱৰ প্ৰত্যকজন ব্যক্তিৰ ঘৰৰ সমুহ গৰু গাই সমুহীয়া ভাৱে চৰাবলৈ
Read More...

কাজিৰঙাৰ জনাঞ্চলত ঢেঁকীয়াপতীয়া বাঘৰ আতংক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ দাতিকাষৰীয়া কলিয়াবৰ মহকুমাৰ বাঘমাৰীত ঢেঁকীয়াপতীয়া বাঘ (Tiger)ৰ আতংক। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীৰ মেটেকাৰ মাজত অৱস্থান গ্ৰহণ কৰিছে ঢেঁকীয়াপতীয়া বাঘটোৱে। পুৱতি নিশা বাঘটো
Read More...

কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড়ৰ মৃতদেহ উদ্ধাৰ

 দ্ৰুতগতিত উন্নত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বান পৰিস্থিতি। পূৰ্বৰ তুলনাত ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস হৈছে যদিও আজি পুৱা এক গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই। কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ
Read More...

মৰাণত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীৰ পাৰত জলদেৱতাৰ পূজা-অৰ্চনা গঞাৰ

নদীৰ পাৰত চকুলো মচি মচি পূজা অৰ্চনা,নাম-কীৰ্তন, মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই মৰাণৰ আই-বোপাই সকলে কৰে নেদেখা জনলৈ প্ৰাৰ্থনা যাতে বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পায়। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ সমষ্টিৰ অতি পিছপৰা কলখোৱা অঞ্চলৰ ইটাখুলি
Read More...

চেঙাৰ কাছুমাৰা-মহচৰাত ধুমুহাৰ তাণ্ডৱ

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা -মহচৰা অঞ্চলত কালি সন্ধিয়া সময়ত অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাই অঞ্চলটোৰ বহুতোৰে ঘৰৰ চালি উৰুৱাই নিয়াৰ লগতে বিভিন্ন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰি একাধিক ঘৰ দুৱাৰ
Read More...

চামগুৰিৰ ভূৰবন্ধাত দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ

 নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ১ নং ভূৰবন্ধা অঞ্চলত আজি পুৱা এটা দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ হয় ৷ জানিব পৰা মতে ১ নং ভূৰবন্ধা অঞ্চলৰ কেইজন মান লোকে আজি পুৱা এটা দুষ্প্ৰাপ্য কেটেলা পহুৱে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত
Read More...

কাজিৰঙাত ডব্লিউ ডব্লিউ এফে নিৰ্মাণ কৰিছে বাঘ প্ৰতিৰোধী গোহালি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ কাষৰীয়া অঞ্চলত সঘনাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়, হাতী, মহ আদি বন্যপ্ৰাণীয়ে কৃষকৰ খেতি নষ্ট কৰাটো গতানুগতিক কথালৈ পৰিণত হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানৰ ঢেঁকীয়াপতীয়া বাঘে ৰাইজৰ
Read More...