Breaking

Browsing Category

প্ৰকৃতি

ইটাখোলাৰ হাতিপটি গেটত দুষ্পাপ্য প্ৰানী বন-ৰৌ উদ্ধাৰ

বিশ্বনাথ জিলাৰ অসম অৰুনাচল সীমান্তবৰ্তী হাতিপটি গেট স্থিত ৰতনপুৰ গাৱত কালি নিশা গাওখনৰ ৰাইজে এটা দুষ্পাপ্য প্ৰাণী বন-ৰৌ উদ্ধাৰ কৰে। উল্লেখ্য যে বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক দুষ্ট চক্ৰই বণ্য জীৱ-জন্তুৰ ধ্বংশ কাৰ্য চলাই
Read More...

৫ বিঘাতকৈ অধিক অমিতা খেতি পঠাৰতে নষ্ট হ’ব ধৰিছে

বিটিআৰ ওদালগুৰি জিলাৰ খৌৰাং বড়ি গাঁ‌ৱৰ এগৰাকী উদ্যোমী খেতিয়ক নাম দেৱ প্ৰসাদ ৰাভা। প্ৰায় ৫ বিঘাঁ‌তকৈ অধিক অমিতা খেতি কৰি বৃহৎ লোকচানৰ সন্মোখিন হ'ব লগিয়া হৈছে।কিয়নো কৰো'না মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত বৰ্তমানেও অব্যাহত আছে লক'ডাউন
Read More...

বগাহাতীত পৰিণত অসম পৰ্যটন বিভাগ।অটব্য অৰণ্যই আগুৰি ধৰিছে ইতিহাস প্ৰসিদ্ধ জীৰ পইণ্ট ষ্টীল ৱেল পার্ক

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত১৯৪২ চনৰ প্ৰথম ভাগত জাপানী সেনা বাহিনীয়ে সাগৰীয় উপকূল অৱৰোধ কৰাৰ ফলত ব্ৰহ্মদেশ আৰু চীন দেশত যুদ্ধৰত মিত্ৰ বাহিনীৰ সৈন্য-সামন্তক ৰচদ পাতি যোগান ধৰাত দেখা দিয়া জটিল সমস্যাৰ সমাধানৰ উদ্দেশ্যে লেখাপানীৰ শূণ্য
Read More...

এটা পাহাৰীয়া নিজৰাই দৃষ্টি আকৰ্ষণ কৰিছে জনসাধাৰণৰ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শূন্য দূৰত্বৰ পৰা এক কিলোমিটাৰ আগুৱাই আহি লেখাপানী গাঁৱৰ মাজেৰে প্রায় ৫ কিলোমিটাৰ এক দুৰ্গম পথ অতিক্ৰম কৰিলেই দেখা পোৱা যায় এটা পাহাৰীয়া নিজৰা। লেখাপানী বনাঞ্চলিক
Read More...

ৰৌতাত ইউৰীয়া সাৰৰ অভাৱত খেতিয়কৰ হাহাঁকাৰ

ওদালগুৰি জিলাৰ ৰৌতাত ইউৰীয়া সাৰৰ অভাৱত খেতিয়কৰ হাহাকাৰ সৃষ্টি হৈ আহিছে ৷ একাংশ অসাধু  ব্যৱসায়ীয়ে চলাইছে ৰমৰমীয়া ব্যৱসায়৷প্ৰতি বস্তা ইউৰীয়া সাৰ খেতিয়কে ক্ৰয় কৰিবলগীয়া হৈছে ৪০০ৰপৰা ৭০০টকাত৷পৰিৱৰ্তনকামী চৰকাৰৰ ৰাজসাহায্য যুক্ত
Read More...

মৰাপাটৰ খেতি কৰি বিপদত চাপৰৰ চৰ অঞ্চলৰ একাংশ কৃষক

চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধীৰেৰচৰ গাঁও পঞ্চায়তৰ একাংশ কৃষকে মৰাপাট খেতি কৰি বিপদত পৰিছে। মৰাপাট বিলাক কাটি কাটি পথাৰত পেলাই থৈ‌দেখা গৈছে। কিন্তু পানীৰ অভাৱত কৃষকসকলে মৰাপাট বিলাকক জাক বা গতি লগাব পৰা নাই ইফালে পথাৰতে
Read More...

ওৰাঙত অবৈধভাবে চলি থকা শিল বালি পৰিস্কাৰ কৰা মেচিন উচ্ছেদ কৰাৰ দাবী ৰাইজৰ

ওদালগুৰি জিলাৰ ওৰাং গৰুবন্ধাত অবৈধভাবে চলি থকা শিল বালি পৰিস্কাৰ কৰা মেচিনটো জব্দ কৰিবলৈ দাবী উত্থাপন কৰিছে ওৰাঙৰ ৰাইজে। উল্লেখ যোগ্য যে বিগত তিনি বছৰ ধৰি M/S H.M. এন্টাৰপ্ৰাইজ (screening plant ) নামৰ উদ্যোগটোৰ জৰিয়তে নদীৰ পৰা
Read More...

‘ফাৰ্ষ্ট বি এন এছ এছ বি’ৰ পৰিৱেশ প্ৰেমৰ নিদৰ্শন

বৃহত্তৰ ওৰাং অঞ্চলত নৱেম্বৰ মাহৰ ভিতৰত ১০০০ মূল্যবান গছপুলি ৰোপনৰ লক্ষ্যৰে এক বিৰামহীন অভিযান চলাইছে ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ শিবিৰত থকা 'ফাৰ্ষ্ট বি এন এছ এছ বি'য়ে ।অঞ্চলটোৰ শিক্ষানুষ্ঠান, ধৰ্মানুষ্ঠান,অন্যান্য  বিভিন্ন
Read More...

লাহৰীঘাটৰ বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ তাণ্ডৱ

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বৰালিমাৰীত বিগত এটা সপ্তাহে অঞ্চলটোত অব্যাহত থকা খহনীয়াৰ ফলত গৃহহীন হৈছে বহু পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন কেইবাটাও পৰিয়াললৈ। খহনীয়াৰ আতংকত বিনীদ্ৰ ৰজনী অতিবাহিত কৰিব লগা হৈছে
Read More...

পলাশবাৰী মাজকুছিত আত্ম সহায়ক গোটৰ শালি ধানৰ খেতি সম্পন্ন

দক্ষিণ কামৰূপৰ পলাশবাৰী মাজকুছি ৰাজহ গাওৰ দৎকুছিৰ সোণালী কৃষক আত্ম সহায়ক গোটৰ সদস্য সকলে লকডাউনৰ সময়ত কৃষি কৰ্মৰ লগত জড়িত হৈ প্ৰায় ২৯ বিঘা মাটিত শালি ধানৰ খেতি কৰাত ব্যস্ত হৈ পৰিছে। আধুনিক পদ্ধতিৰ ট্ৰেক্টৰৰে হালবোৱাৰ পৰা আদি কৰি
Read More...