Breaking

Browsing Category

প্ৰকৃতি

অ’এন জি চি পাইপ লাইনৰ খাৰুৱা তেলেৰে প্লাৱিত ৰোৱতী পথাৰ

নাজিৰাৰ অ' এন জি চি অসম সম্পদৰ কাৰ্য্যবাহী  সঞ্চালকৰ কাৰ্য্যলয়ৰ পৰা পাঁচ কিঃমিঃ নিলগত অ'এন জি চিৰ পাইপ লাইনৰ বিজুতিৰ বাবেই হাহাকাৰৰ  সৃষ্টি হৈছে অঞ্চলটোৰ কৃষক ৰাইজৰ ।  কৃষকৰ ভৰষাৰ থলী মেছাগড় বৰপথাৰৰ মলাগাঁও অংশত যোৱা কালি নিশাৰেপৰা পথাৰত
Read More...

বিহালী নদীৰ খহনীয়া প্রতিৰোধৰ বাবে পার্কুপাইন

 বিহালী বিধান সভা সমষ্টি অন্তর্গত চেৰেলীয়া গাঁও পঞ্চায়তৰ কেটেলা চাহ বাগিছা ৯নং লাইন আৰু বিজুলি জাৰণি গাঁৱত বিহালী নদীৰ গড়াখহনীয়া অব্যাহত আছিল l চেৰেলীয়া গাও  পঞ্চায়তৰ সভাপতি বিকু কেওটৰ তৎপৰতাত যোৱা বছৰ  JCBৰে নদী খন্দাত কিছু পৰিমানে
Read More...

নৱ সূৰ্য যুৱক সংঘৰ উল্লেখনীয় পদক্ষেপ

এফালে ক'ৰোনাকালীন সমস্যা আৰু আন্ফালে সামূহিকভাৱে আজি এশৰো অধিক ৰোৱনীয়ে ৰং-ৰহইচৰ মাজেৰে ভূঁই ৰুই গহপুৰত এক উল্লেখনীয় নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। গহপুৰৰ উত্তৰ ডুবিয়া নৱ সূৰ্য যুৱক সংঘৰ উদ্যোগত প্ৰখৰ ৰ'দকো আওকাণ কৰি যুৱক-যুৱতীৰ লগতে
Read More...

বৰষুণত ধৰাশায়ী চীন

চীনত বৰষুণ, বৰষুণ আৰু বৰষুণ। প্ৰচুৰ বৃষ্টিপাতৰ ফলত চীন এতিয়া পানীৰ কৱলত। অনবৰত ভাৰতক ৰঙা চকু দেখোৱাই অহা চীন এতিয়া বৰষুণৰ প্ৰকোপত। ধাৰাষাৰ বৰষুণে বানপানী নমাই আনিছে চীনলৈ। চাৰিওফালে পানী কেৱল পানী। প্লাবিত হৈ পৰিছে চীন। মহা প্লাবন সুদৃশ্
Read More...

জ্যোতিষ ৰত্ন নৰেন্দ্ৰ নাথ শৰ্মাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ মাজৰ বাহৰৰ স্থায়ী বাসিন্দা তথা স্বৰ্ণপদক প্ৰাপক জ্যোতিষ শাস্ত্ৰী নৰেন্দ্ৰ নাথ শৰ্মাক এইবছৰ ৱৰ্ল্ড এষ্ট্ৰ' ছচাইটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে । জ্যোতিষ ৰত্ন তথা চন্দ্ৰগুপ্ত
Read More...

বৰছলাৰ তেলীয়াগাৱত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰা-খহনীয়া৷খহনীয়াগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৃষক শ্ৰমিক সুৰক্ষা…

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ তেলীয়াগাৱঁত মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে তীব্ৰ গৰা-খহনীয়াৰ সৃষ্টি কৰিছে৷বিগত কেইবাবছৰ ধৰি গৰা-খহনীয়া অব্যাহত থকাত উক্ত এলেকাটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে মহাবাহু
Read More...

চন্দ্রপুৰৰ জৈৱ–বৈচিত্র্য ধ্বংস কৰিবলৈ দিয়া নহ’ব

ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে গ্রহণ কৰা প্রতিবাদী সমাৱেশত ড০ সমুজ্জ্বল ভট্টাচার্য চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত দেওবাৰে প্রতিবাদী সমাৱেশ অনুষ্ঠিত হয়৷ পুৱা ১১ বজাৰ পৰা চন্দ্রপুৰৰ প্রতিখন গাঁৱৰ শ শ লোকে নাম গাই,
Read More...

গোলাঘাটত কপিকুল আৰু মানুহৰ তয়াময়া ৰণ

বন ধ্বংস যজ্ঞই মানুহৰ জীৱনলৈ চৰম সংঘাত কঢ়িয়াই অনা পৰিপ্ৰেক্ষিতত  গোলাঘাট আজি এখন অগতানুগতিক  ছবি প্ৰতিফলিত হ'ল । বাসস্থান আৰু খাদ্যৰ  অভাৱত  জনসমাবেশলৈ ওলাই অহা কপিকুলে এইবাৰ প্ৰত্যক্ষ সংঘৰ্ষত লিপ্ত হ'ল   গোলাঘাট চহৰত। ক্ৰমে হিংস্ৰ হৈ
Read More...

ডবকা পাহাৰত বনজ সম্পদ ধ্বংস যজ্ঞক লৈ সৰৱ সচেতন মহল: সামাজিক মাধ্যমত তুলপাৰ

মিত্ৰজোঁটে দ্বিতীয় বাৰ চৰকাৰ গঠন কৰাৰ সুযোগ গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাই দ্বায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পিছত অসমত চলি থকা বিভিন্ন ছেণ্ডিকেট ৰাজ বন্ধ কৰাৰ কাৰণে সক্ৰিয় বাবে কাম কৰি থকাৰ সময়ত হোজাই জিলাৰ বনজ সম্পদৰ
Read More...

কাজিৰঙাত গঁড় হত্যা কৰা চিকাৰী উগ্ৰপন্থী গ্ৰেপ্তাৰ মনিপুৰত

মনিপুৰৰ কুখ্যাত উগ্ৰপন্থী সংগঠন এন এচ চি এন (আই এম) আৰু নৱ গঠিত জেমী ৰিভলোচনেৰী আৰ্মী চমুকৈ জে আৰ এৰ দৰে উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ সৈতে ৷ গোলাঘাট আৰু মনিপুৰ আৰক্ষীৰ
Read More...