Breaking

Browsing Category

প্ৰকৃতি

জাক জাক বগলীৰ কাকলিৰে মূখৰিত জামুগুৰিহাট : জনবসতি পূৰ্ণ এলেকাত নিৰ্ভয়ে নিঃসংকোচে বিচৰণ

 শোণিতপুৰ জিলাৰ জামুগুৰিহাটত এতিয়া জাক জাক বগলীৰ কোলাহলৰ মূখৰিত হৈ থকা এক মনোমোহা দৃশ্য। যিটো সময়ত ক'ৰণা মহামাৰীক দোহাই দি দৰং জিলাৰ টংলাৰ পৌৰ সভাই শ শ বগলী নিধন যজ্ঞ পাতিলে সেই সময়তে জামুগুৰিহাটৰ জনবসতি এলেকাত ৰাইজৰ নিৰাপত্তাৰ মাজতে
Read More...

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, গুৱাহাটী মহানগৰীলৈ ভাবুকি !

বিগত কেইদিনমানৰ পৰা ৰাজ্যত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীলৈ ভাবুকি কঢ়িয়াইছে বৰ্ধিত পানীয়ে। এতিয়া ব্ৰহ্মপুত্ৰৰ ক্ৰমশ বৰ্ধমান পানীয়ে বিপদসীমা চুইছেগৈ। উজনি
Read More...

নগাঁও-কাৰ্বিআংলঙ সীমান্তত ব্যতিক্ৰমী পদক্ষেপ : বনৰীয়া হাতীৰ বাবে তৈয়াৰ কৰা হৈছে খাদ্য

কাৰ্বিআংলঙ সীমান্তবৰ্তী হাতীখুলি ৰংহাঙ গাঁৱত হাতী-মানুহৰ সংঘাতৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এটা বিশেষ দৃশ্য । সংঘাত নহয় বন্যহস্তীৰ লগত বন্ধুত্ব স্থাপনৰ উদ্দেশ্যয়ে বন্যহস্তীৰ বিভিন্ন প্ৰিয় খাদ্যৰে ভৰপুৰ কৰি তোলা হৈছে এটা পাহাৰ ।যাক এক
Read More...

খৰাঙৰ কবলত পৰিছে ওৰাং মৌজা :পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নাই

পুনৰ খৰাঙৰ কবলত পৰিছে  ওদালগুৰি জিলাৰ ওৰাং মৌজা ।প্ৰতিদিনে মেঘে ওন্দোলাই আছে যদিও পৰ্যাপ্ত পৰিমাণে বৰষুণ হোবা নাই । ফলত আহাৰৰ প্ৰথমটো সপ্তাহতো  মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ ওৰাং মৌজাৰ কৃষক সকলে শালীধানৰ কঠিয়া   এতিয়ালৈকে ৰুব পৰা নাই।
Read More...

ঈদগাহ, কৱৰ স্থানত দুই হিন্দু যুৱকৰ বৃক্ষৰোপন

দক্ষিণ কামৰূপ সচেতন মঞ্চই ৭২ সংখ্যক বন মহোৎসৱৰ স'তে সংগতি ৰাখি পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৯খন ঈদগাহস্থলী আৰু কৱৰ স্থানত বৃক্ষৰোপন কৰে। সচেতন মঞ্চৰ উপদেষ্টা, সাংবাদিক তথা লেখক দীপক শৰ্মা আৰু মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন
Read More...

বন্দীত্ব জীৱনৰ অৱসান ঘটাই পুৱাৰে পৰা শিৱসাগৰত তহল বিধায়ক অখিল গগৈৰ

দীৰ্ঘদিনৰ বন্দীত্ব জীৱনৰ অৱসান ঘটাই কালি শিৱসাগৰত গৈ উপস্থিত হোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এতিয়া শিৱসাগৰৰ সমস্যাক লৈ বিশেষ গুৰুত্ব দিছে। শিৱসাগৰৰ সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী বিধায়ক গৰাকীয়ে আজি পুৱাৰে পৰা শিৱসাগৰৰ ঐতিহাসিক
Read More...

ওৰাং,ৰৌতা মাজবাটত বন মহোৎসৱত পালন বন বিভাগৰ

১জুলাইত ওদালগুৰি জিলাৰ  ওৰাং, ৰৌতা আৰু মাজবাটত  ৭২ সংখ্যক বন মহোৎসৱ পালন কৰে মাজবাট বন বিভাগে। এই বন মহোৎসৱৰ লগত সংগতি ৰাখি মাজবাট বন বিভাগে  বিভিন্ন অঞ্চলত  গছ পুলি ৰোপন কৰে ।  আম, মধুৰীআম ,শিলিখা, জাম,কঠাল  ইত্যাদি মুল্যবান ফল মূল ৰোপন
Read More...

এক আজৱ ঘটনা : দুখন মুখ ,চাৰি চকুৰ গৰুৰ পোৱালী জন্ম

এই আজৱ ঘটনাটো এই খন অসমৰে ৷ দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত হাজৰিকাপাৰা অঞ্চলৰ কুৱৰীগাওত আশ্চৰ্যজনক গৰুৰ পোৱালী জন্ম ৷ সাধাৰণ গৰুতকৈ ব্যতিক্ৰম এই গৰু পোৱালীটো ৷তাৰেনী ডেকা নামৰ লোকজনৰ ঘৰত জন্ম হয় এই পোৱালীটো ৷সাধৰন গৰুতকৈ ব্যতিক্ৰম
Read More...

ডিব্ৰুগড় কোটোহাত গড়ৰ মুক্ত বিচৰণ

গড় চাবলৈ এতিয়া কাজিৰঙালৈ যাব নালাগে । মৰাণৰ কোটোহা, লেজাই, বগীবিল আদি অঞ্চলত মুকলি পথাৰত দৌৰি ফুৰে গড় । কিছুদিনৰ পৰা এটা গড়ে মৰাণ সমষ্টিৰ এই অঞ্চল কেইটাত মুক্ত বিচৰণ কৰি ফুৰা দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে । আজিও মৰাণৰ কোটোহা ভগামুৰত
Read More...

আমচাং অভয়াৰণ্য–শিলসাঁকো বিল বেদখলমুক্ত কৰাৰ সিদ্ধান্ত

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত সোমবাৰে বন আৰু পৰিৱেশ, মীন, আবকাৰী আদি বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ জিলা প্রশাসন আৰু বিভাগীয় বিষয়ববীয়াসকলৰ লগত সংশ্লিষ্ট বিভাগৰ কাম–কাজৰ অগ্রগতি সম্পর্কে এখন পর্যালোচনা সভা অনুষ্ঠিত
Read More...