Breaking

Browsing Category

প্ৰকৃতি

ধ্বংসৰ গৰাহত জকাই উদ্ভিদ উদ্যান

ডিব্ৰুগড় জিলা বনসংমণ্ডলৰ অন্তৰ্গত ডিব্ৰুগড় চহৰৰ পৰা ১২ কিমি নিলগত অৱস্থিত জকাই সংৰক্ষিত বনাঞ্চলৰ মাজত ৩৩হেক্টৰ মাটিত স্থাপিত জকাই উদ্ভিদ উদ্যান বনবিভাগৰ তত্বাৱধান তথা সুৰক্ষাৰ অভাৱতেই ধ্বংসৰ গৰাহলৈ যোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ
Read More...

ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ,প্ৰদূষণমুক্ত আৰু দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াস

কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়া কৰণৰ পদক্ষেপ গ্ৰহন কৰা আঁচনিৰ অধীনত চলি থকা বৃক্ষ ৰোপনে প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টিত এক মাইলৰ খুটি হিচাপে চিহ্নিত হ’ব মন্তব্য কৰিছে "মোকছা"ই৷ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ
Read More...

খানামুখত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযান : নথিপত্ৰ বিহীন পাইন কাঠভৰ্ত্তি ট্ৰাক…

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা জালুকবাৰী আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা চালান বিহীনভাৱে অনা অৱস্থাত এখন পাইন কাঠভৰ্ত্তি বাৰচকীয়া  ট্ৰাক জব্দ কৰে। জব্দ কৰা কাঠখিনীৰ পৰিমাণ
Read More...

প্ৰকৃতি সংৰক্ষণত অহৰ্নিশে নীৰৱ সংগ্ৰাম বাক্সাৰ এদল যুৱকৰ

নামনি অসমৰ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত এটা বিশেষ অঞ্চল ৷ বিশেষকৈ ভূটান পাহাৰৰ পৰা দিৰিং নৈৰ শিলাময় পথেৰে নামি অহা ফটফটীয়া পৰিস্কাৰ পানী আৰু চৌদিশ আবৃত সেউজীয়া পাহাৰৰ
Read More...

খাদ্যৰ সন্ধানত বনাঞ্চলৰ গজৰাজ উপস্থিত হ’ল জনাঞ্চলত

গুৱাহাটীৰ চাৰিওকাষে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চলত অবাধ বনধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যপ্রাণী৷ মহানগৰীত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে চূডান্ত ৰূপ ধাৰণ কৰিছে৷সাতগাঁও অঞ্চলৰ স্থানীয় ৰাইজে জানিবলৈ দিয়া
Read More...

পৌৰ সভাৰ দ্বাৰা টংলাত ৩০০ বগলী পোৱালি নিধন

ঘটনাস্হলী পৰ্যবেক্ষণ কৰে ওদালগুৰি জিলা উপায়ুক্তই যিটো সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চৰকাৰে ন ন আইন গ্ৰহণ কৰিছে। তেনে সময়তে যোৱা কালি টংলা পৌৰ সভাৰ বিষয়া-কৰ্মচাৰীয়ে টংলাৰ ১ নং ওৱাৰ্দৰ বাসিন্দা লোকজিৎ সূতাৰৰ ঘৰৰ এজোপা বাঁহত পৰিভ্ৰমী
Read More...

ধেমাজিৰ চকুলো জীয়াঢল নদীৰ গতিপথ সলনি : সম্ভাব্য বানৰ পৰা মুক্ত বহু পঞ্চায়ত

প্ৰতি বছৰে বাৰিষা আহিলেই ধেমাজিৰ শশ গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷কাৰণ জীয়াঢল কুমটীয়া আৰু গাইনৈইৰ বানে তাণ্ডৱ সৃষ্টি কৰে ধেমাজি জিলাৰ কেইবাটাও পঞ্চায়তৰ শশ গাঁও ৷ প্ৰতি পাঁচ বছৰ মুৰে একোখনকৈ চৰকাৰ আহে আৰু যায় ৷ভোটৰ লালসাত
Read More...

বিশ্বৰ মহাসাগৰৰ তালিকাত নতুনকৈ সংযোজন হ’ল আন এখন মহাসাগৰ, আনুষ্ঠানিক স্বীকৃতি

বিশ্বৰ মহাসাগৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল এখন নতুনকৈ মহাসাগৰ। বিশ্বত থকা ৪ খন মহাসাগৰ হ’ল আটলান্টিক, ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। এই মহাসাগৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল আন এখন মহাসাগৰৰ নাম। এই পঞ্চম মহাসাগৰ খনৰ নাম হ’ল
Read More...

ইতিহাসৰ বাটেৰে তাম্ৰেশ্বৰ দেৱালয়…

প্ৰবাহিত সময়ৰ আহ্বানত সৃষ্টি হয় ইতিহাস। সময়ৰ বুকুতেই অঙ্কিত হয় ইতিহাসৰ ছৱি আৰু যুগ যুগান্তৰলৈ সাক্ষীহৈ ৰয়।আজিৰ সমাজে কল্পনা কৰিব পৰাতকৈ বহু আগতেই ৰচিত হৈছিল অসমৰ ইতিহাস। থন ধৰি উঠিছিল বহুউল্লেখযোগ্য স্থান। কালৰ সোঁত সেইবোৰ লয় পাইছিল।
Read More...

পদব্ৰজে পাহাৰ ভ্ৰমণৰ অন্যতম প্ৰাকৃতিক স্থান বিৰকুছিৰ সু-উচ্চ টাৱাৰ

অক্সিজেন পাৰ্ক আৰু যোগ চৰ্চা কেন্দ্ৰৰ অন্যতম স্থান উৎপল শইকীয়া পদব্ৰজে পাহাৰ ভ্ৰমণৰ লগতে প্ৰাকৃতিক নান্দনিক পৰিবেশৰ আমেজ লোৱা এডোখৰ অতি সুন্দৰ ঠাই । সাম্প্ৰতিক কৰুণা কেন্দ্ৰিক সয়য়ত ঠাই ডোখৰ অধিক চৰ্চিত হৈ পৰিছে এই স্থান।নিলাভ পাহাৰৰ
Read More...