Breaking

Browsing Category

প্ৰকৃতি

বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ: ক’ত ক’ত দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ

৬ মে'ত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ সংঘটিত হ'ব৷  ভাৰতত বিয়লী ২:১৭ বজাৰ পৰা সন্ধিয়া৭:১৯ বজালৈ দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ৷ পূৰ্বাঞ্চলৰ অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত বিয়লী ভাগলৈ আংশিকভাবে দৃশ্যমান হ'ব চন্দ্ৰগ্ৰহণ৷
Read More...

এইবাৰ ‘যশ’ ঘূৰ্ণিবতাহৰ তাণ্ডৱ, ৫ ৰাজ্যত সতৰ্ক বাণী প্ৰশাসনৰ

তাউকতে ঘূৰ্ণিবতাহৰ পিছত এইবাৰ যশ নামৰ আন এক ঘূৰ্ণিবতাহে সংকট হৈ দেখা দিছে দেশৰ উপকূলীয় অঞ্চলত। যাৰ বাবে ইতিমধ্যে ৫ খনকৈ ৰাজ্যত সতৰ্ক বাণী জাৰি কৰিছে প্ৰশাসনে।এই সাগৰীয় ঘূৰ্ণিবতাহে দক্ষিণ পূব ভাৰতৰ উপকূলীয় অঞ্চলত প্ৰভাৱ পেলাব বুলি শংকা
Read More...

বতৰৰ আগজাননীঃ অসমকে ধৰি বিভিন্ন ৰাজ্যত ২–৩ দিন ধৰি হ’ব প্ৰবল বৰষুণ

অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত অহা দুই–তিনি দিন ধৰি বিজুলী–ঢ়েৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ভূ–বিজ্ঞান মন্ত্রালয়ে প্রকাশ কৰা আগজাননী অনুসৰি প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে উত্তৰাখণ্ড, পশ্চিমবংগ, ওড়িশা, অৰুণাচল প্রদেশ, অসম, মেঘালয়,
Read More...

উত্তৰাখণ্ডৰ হিম স্খলনৰ ঘটনাত সন্ধানহীন ১৫০জন লােকৰ ১২জন লােকক উদ্ধাৰ

উত্তৰাখণ্ডৰ হিম স্খলনৰ ফলত হঠাৎ হােৱা বানত ৰেইনী, বিৰাজী, আলকাপুৰী আৰু চিনাকা গাঁৱৰ পৰা কালি ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি ডেৰাডুনৰ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্ৰকাশ কৰিছে। অঞ্চলটোত হােৱা বানৰ পাছত ১৫০জন লােক সন্ধানহীন হৈ
Read More...

কৃষক আন্দোলনক সমৰ্থন কৰা বাবে ব্ৰিটিছ অভিনেত্ৰী জামিলালৈ ধৰ্ষণৰ ভাবুকি

কৃষক আন্দোলনক সমৰ্থন কৰাৰ পিছৰে পৰা আহিছে ধৰ্ষণৰ ভাবুকি। ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই কথা জনালে ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিলে। দ্য গুড প্লেছ ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত জামিলা। অভিনেত্ৰীগৰাকীয়ে জনাইছে যে প্ৰথমৰে পৰা
Read More...

লাইকা- দধীয়াবাসীয়ে কাটি টহিলং কৰিব ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ! পুনৰ সংস্থাপনৰ এসপ্তাহ সময় সীমা

তিনিচুকীয়া, ২১ ডিচেম্বৰ:  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ সমষ্টি চাবুৱাৰ ডিব্ৰুছৈখোৱা  ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বসবাস কৰা লাইকা-দধীয়াবাসীক স্থায়ী ভূমি প্ৰদান কৰি পুনঃ সংস্থাপন নকৰাৰ ক্ষোভ চৰকাৰৰ বিৰোদ্ধে ৷ TMPKৰ নেতৃত্বত গুইজান ঘাটৰ
Read More...

বাঘজান কাণ্ড : অইলৰ পৰিকল্পিত ষড়যন্ত্র !

গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত আয়োজিত এক সংবাদমেলত মানৱ অধিকাৰ কৰ্মী সোণেশ্বৰ নৰহে কয় যে হোটেল লিলিত বহি লাখ লাখ টকা খৰচ কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ধন থাকে, কিন্তু বাঘজান কাণ্ডৰ গৱেষণামূলক বিষয়বোৰত খৰচ কৰিবলৈ চৰকাৰখনৰ ধন নাই৷
Read More...

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

নগাঁও, ১৮ ডিচেম্বৰ: নগাঁও জিলা বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ বঢ়মপুৰ হাজৰিকা চুক অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি বঢ়মপুৰৰ হাজৰিকা চুক অঞ্চলৰ হাজৰিকা
Read More...

জৈৱিক আৰু কেঁচুসাৰ প্ৰয়োগেৰে কৃষিকৰ্মৰে স্বচ্ছল উজনি মাজুলীৰ ৬০ উদ্ধৰ বোদ্ধেশ্বৰ বৰা

উজনি-মাজুলী, ১৬ ডিচেম্বৰঃ কৃষিকৰ্মৰে স্বচ্ছল দ্বীপ জিলা মাজুলীৰ ৬০ বছৰীয়া কৃষক বোদ্ধেশ্বৰ বৰা। দ্বীপ জিলাখনৰ উজনি মাজুলীৰ অভয়পুৰীয়া গাঁৱৰ ৬০ উদ্ধৰ এই লোক জনে বিগত ২৫ বছৰৰো অধিক কাল ধৰি কৃষিকৰ্মত নিজকে নিয়োজিত
Read More...

চৰকাৰে কৰিব নোৱাৰা বৰলুইতৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিছে লাহৰীঘাটৰ বানাক্ৰান্ত ৰাইজ

মৰিগাঁও, ১১ ডিচেম্বৰ :   মৰিগাও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিত  ১৯৬৯চনৰ পৰাই ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহাই  এশৰো অধিক গাওঁ আৰু অৰ্ধশতাধিক মচজিদ, মন্দিৰ, নামঘৰ বিদ্যালয় নদীৰ বুকুত জাহ নিচে। ব্ৰহ্মপুত্ৰৰ গৰাৰ কবলত পৰি মাটিৰ গৰাকীও হৈ পৰিছে
Read More...