Breaking

Browsing Category

প্ৰকৃতি

মেক্সিকোৰ এটা সংগঠনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিলে পদ্মশ্রী যাদৱ পায়েঙে

মেক্সিকোৰ ফাণ্ডাচিয়ান আজটেকাৰ নামৰ এটা সংগঠনৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিলে পদ্মশ্রী যাদৱ পায়েঙে । প্রকৃতি সুৰক্ষাৰ ক্ষেত্রত সহযোগিতাৰে কাম কৰাৰ লক্ষ্যৰে এই চুক্তিত স্বাক্ষৰ। আজি মেক্সিকোৰ পুয়েব্লা চহৰৰ প্রাক্তন চিনেটৰ নিনফা চালিনাছৰ
Read More...

নগাঁও বন বিভাগৰ সফলতা ; মূল্যবান কাঠ ভৰ্তি বাহন জব্দ

নগাঁও, ৫ ডিচেম্বৰঃ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ এক নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে নলতলী চুলুং অঞ্চলৰ পৰা যোৱা নিশা এখন গণসৰৈ টক্টা ভৰ্তি ব’লেৰ পিক আপ বাহন জব্দ কৰিবলৈ
Read More...

ক্ৰমাৎ প্ৰাণ পাই উঠা জামুগুৰিহাটৰ পানপুৰঘাটে হাতবাউল দি মাতিছে পৰ্যটকক

জামুগুৰিহাট, ৪ ডিচেম্বৰ : ৮০ৰপৰা ৯০ দশকলৈকে জামুগুৰিহাটৰ ঐতিহাসিক পানপুৰঘাটৰপৰা চলা ফেৰি সেৱাই আছিল উত্তৰ অসমৰ লগত যোগাযোগৰ একমাত্ৰ থলি৷কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত কলিয়াভোমোৰা সেতু নিৰ্মাণ হোৱাৰ পিছতেই যেন ক্ৰমাৎ নিষ্প্ৰভ হৈ পৰিছিল এই একালৰ
Read More...

পঞ্জাৱৰ চি এম অমৰিন্দৰ সিঙে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্রতিবাদ সম্পৰ্কত গৃহ মন্ত্ৰী অমিত শ্বাহক…

কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে চলায় থকা আন্দোলনৰ মাজতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে আজি শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে অমিত শ্বাহক কৃষি আইনৰ
Read More...

চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুখ্য বান্ধ নিৰ্মাণ কৰিব, এই নিৰ্মানে প্ৰভাৱিত কৰিব অসমক

চীনে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ-সীমাত এক মুখ্য জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য মতে, চীনে দেশে পৰিকল্পনা কৰা বান্ধটো পৰৱৰ্তী বছৰত ৰূপায়ণ কৰা হ'ব। জানিব পৰা গৈছে যে চীনা চৰকাৰে ইতিমধ্যে এই বান্ধটো নিৰ্মাণৰ বাবে এটা
Read More...

গ্ৰামাঞ্চলৰ পথৰ কাষ সেউজীকৰণৰ বাবে জাগৰণ য়ুথ ক্লাৱৰ বৃক্ষৰোপনৰ শুভাৰম্ভ

জামুগুৰিহাট, ২৯ নবেম্বৰ : পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত জাগৰণ য়ুথ ক্লাৱে লোৱা কামকাজৰ লগত আমাৰ চৰকাৰৰ আঁচনিসমুহৰ লগত মিল থকা দেখা পাইছো ৷ মই জাগৰণ য়ুথ ক্লাৱৰ প্ৰতিগৰাকী সদস্যক আহবান জনাইছো যে তেঁওলোকে নদুৱাৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়ৰ
Read More...

বকতা-কৃষ্ণবিহাৰীত ব্যাপক অবৈধ মাটি খনন : পাৰিপাৰ্শ্বিকতাৰ প্ৰতি চৰম ভাবুকি

বকতা, ২৬  নৱেম্বৰ : শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত বকতা আৰু ইয়াৰ সমীপস্হ এক বৃহৎ এলেকাত একাংশ ভূ- মাফিয়াৰ অবৈধ মাটি খননৰ যোগেদি সহজ ধন ঘটাৰ আহিলাত পৰিণত হৈছে অঞ্চলটোৰ কৃষি উপযোগী ভি জি আৰ আৰু নৈ পৰীয়া আবাদী ভূমিসমূহ। জানিব পৰা
Read More...

পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজন হ’ল জামুগুৰিহাটৰ পানপুৰঘাট : পৰ্যটকৰ বাবে মুকলি হ’ল…

জামুগুৰিহাট,২১ নৱেম্বৰ : কাজিৰঙা বুলি ক’লে অথবা পৰ্যটনথলী বুলি ক’লে কহঁৰা, বাগৰী এই নাম দুটাই মানুহে শুনিছিল কিন্তু আজি কাজিৰঙাত নতুনকৈ সংযোজন হ’ল পৰ্যটলস্থলী পানপুৰ ৷ য’ত মোৰ পানপুৰক লৈ কৰা সপোন জড়িত হৈ আছিল ৷ ৮৫ চনৰ পিছত আমাৰ চৰকাৰৰ
Read More...

ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ

আজি পুৱাই ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ। পুৱা ৬.৫৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় মণিপুৰৰ সেনাপতিত । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ২.৮ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।
Read More...

কাইলৈ কাতি বিহু, কোৰোনাৰ আতংকৰ মাজতো গ্ৰামাঞ্চলৰ লগতে মহানগৰীতো কাতি বিহুৰ প্ৰস্তুতি

ডিজিটেল ডেস্কঃ কাইলৈ কাতি বিহু, অসমীয়াৰ বাপতি সাহোন তিনিটা বিহুৰ অন্যতম বিহু কাতি বিহু অথবা কঙালী বিহু উপলক্ষে ব্যস্ত প্ৰতিজন অসমীয়া৷ কাতি মাহটো অসমীয়াই এটা পবিত্ৰ মাহ হিচাপে গণ্য কৰে। কৃষকৰ সপোনৰ খেতিডৰা এতিয়া গেঁৰ ধৰিছে৷ চোতালৰ
Read More...