Breaking

Browsing Category

প্ৰকৃতি

২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল ডেস্কঃ কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ কোভিড প্ৰট'কল মানি অহা ২১ অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে ২১ অক্টোবৰৰ দিনৰ ১১ বজাত
Read More...

টংলাৰ বৰজলাহত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ : দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ পুখুৰীত এৰি দিয়ে স্থানীয় ৰাইজ আৰু…

টংলা, ১১ অক্টোবৰ : ওদালগুৰি জিলাৰ ভেৰগাঁৱ মহকুমাৰ অন্তৰ্গত টংলাৰ বৰজলাহত ৰবিবাৰে এটা ২৫-৩০ কেজি ওজনৰ বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰে স্থানীয় ৰাইজে। হুদুমা নদীৰ পানী বৃদ্ধি হোৱাৰ ফলত গাৱঁৰ ৰাইজে পানী যাবলৈ ৰবিবাৰে এৰি দিছিল চুইচ গেট আৰু চুইচ
Read More...

১৩ গৰাকী প্ৰকৃতি প্ৰেমিক জামুগুৰিহাটত সম্বৰ্দ্ধনা

জামুগুৰিহাট : ৬৬তম বনপ্ৰাণী সুৰক্ষা দিৱস উপলক্ষ্যে আজি জামুগুৰিহাটৰ কুসুমটোলাত থকা বনবিভাগৰ পশ্চিম বনাঞ্চলিক কাৰ্য্যালয়ত বনবিভাগৰ তৰফৰ পৰা ১৩ গৰাকী প্ৰকৃতি প্ৰেমিক সম্বৰ্দ্ধনা জনোৱা হয়। জামুগুৰি, চতিয়াৰ দক্ষিণ প্ৰান্তত থকা কাজিৰঙা
Read More...

যোৰহাট বনসংমণ্ডলৰ বন্যপ্ৰাণী সপ্তাহ উদযাপন ৷ যোৰহাটৰ পৰা মৰিয়নি গীবন অভয়াৰণ্য টীয়ক হৈ সজাগতা ৰেলী

ভগামুখঃ যোৰহাট বনসংমণ্ডলৰ অধীনৰ যোৰহাট আৰু মৰিয়নি আঞ্চলিক বন কাৰ্যালয়ৰ উদ্যোগত ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে সাতদিনীয়াকৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে ৷ ইয়াৰ লগত সংগতি ৰাখি যোৰহাটৰ পৰা মৰিয়নি গীবন অভয়াৰণ্য টীয়ক হৈ সজাগতা ৰেলী অনুস্থিত
Read More...

নাজিৰা অ’এনজিচিৰ কাৰ্যালয়ৰ ভিতৰত নিশা নাহৰফুটুকীৰ মুকলি বিচৰণ

গেলেকী : নাজিৰাস্থিত অ'এনজিচি (অসম সম্পদ)ৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত নিশা বাঘৰ আতংক। ভিতৰত বাঘ, বাহিৰত কৰ্মচাৰী। নাজিৰা অ'এনজিচি কাৰ্যালয়ত নাহৰফুটুকীৰ বিচৰণ। নিগমৰ গাতে লাগি আছে সৰু-বৰ জংঘল তথা দিখৌ নদী। সম্প্ৰতি ২৩ ছেপ্তেম্বৰৰ নিশা বনাঞ্চল
Read More...

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে ৭০ হাজাৰ গছপুলি ৰোপণৰ আঁচনি ছুৰাটত

দৈনন্দিন বাৰ্তা ডেস্ক : ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ছুৰাটৰ নাগৰিক, বিভিন্ন সংগঠন আৰু ব্যৱসায় গোটে ছুৰাট মহানগৰখনত ৭০ হাজাৰ গছপুলি ৰোপণ কৰিবলৈ আঁচনি হাতত লৈছে ৷ ছুৰাট মহানগৰৰ উপ মেয়ৰ নিৰব শ্বাহে
Read More...

বেক্টেৰিয়া সংক্ৰমণত জিম্বাবুৱেত ২২টা হাতীৰ মৃত্যু

দৈনন্দিন বাৰ্তা ডেস্ক : জিম্বাবুৱেৰ বন্যপ্ৰাণী সংস্থাই জনাইছে যে এখন বৃহৎ গেম পাৰ্কৰ সমীপত বহু হাতীৰ শৱদেহ উদ্ধাৰ কৰিছে ৷ প্ৰাথমিকভাৱে বেক্টেৰিয়া সংক্ৰমণৰ ফলত ২২টা হাতীৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে ৷ জিম্বাবুৱেৰ পাৰ্কছ এণ্ড ৱাইল্ডলাইফ
Read More...

১০০ বছৰৰ পাচত আবিষ্কাৰ : নতুন প্ৰজাতিৰ চগাৰ সন্ধান অৰুণাচলত

দৈনন্দিন বাৰ্তা ডেস্ক : পাঁচটা পখিলা আৰু চগ গৱেষকৰ এটা দলে এটা নতুন প্ৰজাতিৰ চগাৰ সন্ধান পাইছে আৰু অৰুণাচল প্ৰদেশৰ টেল বন্যপ্ৰাণী অভয়াৰণ্যত এক শতাব্দীৰো বেছি সময় ভাৰতত নেদেখা আন এটা প্ৰজাতি আবিষ্কাৰ কৰিছে ৷ আগষ্ট মাহৰ শেষৰ ফালে ডেৰাদুনৰ
Read More...

পবিতৰা অভয়াৰণ্যত ‘এৰিডা’ৰ পশুখাদ্য যোগান। বানৰ কবলত পৰা বন্যপ্ৰাণীৰ খাদ্য সংকট

গুৱাহাটী : বানৰ কবলত পৰা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ জীৱ-জন্তুক খাদ্যৰ যোগান ধৰাৰ বাবে আগবাঢ়ি আহিছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰচ এছোচিয়েশ্বন চমুকৈ 'এৰিডা'। বন বিভাগৰ সহযোগত 'এৰিডা'ই পবিতৰাত খাদ্যৰ সংকটত ভোগা বন্যপ্ৰাণীৰ বাবে
Read More...

কেৰালাত ধাৰাসাৰ বৰষুণ : ভূমিস্খলনত মৃত্যু ৪৮

দৈনন্দিন বাৰ্তা ডেস্ক : কেৰালাত যোৱা তিনি দিন ধাৰাসাৰ বৰষুণ হৈ থকাত জনসাধাৰণ সমস্যাত পৰিছে৷ যোৱা দেওবাৰে কেৰালাৰ ছখন জিলাক সতৰ্ক কৰি ভাৰতীয় বতৰ বিভাগে কয় যে সোমবাৰে ২০ চেণ্টিমিটাৰৰ অধিক বৰষুণ হ’ব৷ এই বৰষুণৰ পৰিমাণ মঙলবাৰে কমাৰ সম্ভাৱনা
Read More...