Breaking

Browsing Category

প্ৰকৃতি

নামখলাৰ সৰু থেকেৰাবাৰীত ৬০ ফুট উচ্চতাৰ অমিতা গছক লৈ ৰাইজৰ মাজত কৌতূহল-চাঞ্চল্য

নামখলা : সাধাৰণতে ওখ গছ বুলিলে আমি তামোল, নাৰিকল, খেজুৰ, আম, বটগছ আদিকেই বুজো যদিও এতিয়া এই ধাৰণা সলনি কৰি অমিতা গছেও স্থান দখল কৰিছে ওখ গছৰ তালিকাত। সচৰাচৰ এডাল অমিতা গছ সৰ্বাধিক ২০-২৫ ফুট ওখ হয় যদিও দৰং জিলাৰ মঙলদৈত এডাল ৬০ ফুট উচ্চতাৰ
Read More...

বান আহে বাৰে বাৰে…

✍️অংশুমান ভূঞা অসম এখন সুজলা সুফলা, শস্য শ্যামলা, প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সম্পদতো চহকী ৰাজ্য। তথাপি কিন্তু এই ৰাজ্যখনৰ সমস্যাৰ আদি-অন্তই নাই। এইবাৰ আকৌ নতুন শত্ৰু কৰ'নাই অথাই সাগৰত পেলাই ৰাজহাঁ‌ড় বেঁ‌কা কৰি পেলাইছে। তাৰ লগে লগে
Read More...

মানৱীয়তাৰ নিদৰ্শন : এজনী চৰাইৰ কণীৰ বাবেই ৩৫ দিন অন্ধকাৰত তামিলনাডুৰ গাঁওবাসীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : এজনী চৰায়ে ছুইচ ব’ৰ্ডত বাহ সাজি লৈছে৷ তাতে আছে চৰাইজনীৰ কণী ৷ এই চৰাইজনীৰ লগতে কণীকেইটা বচাই ৰাখিবৰ বাবে গোটেই গাঁওখনৰ ৰাইজে ৩৫ দিন অন্ধকাৰতে থাকিল ৷ কোনেও আন্ধাৰত ঘৰ আলোকিত নকৰিলে ৷ যিসময়ত ভাৰতত হাতী, কুকুৰ, গৰু
Read More...

পৰিৱেশ সংৰক্ষণ আৰু আমাৰ কৰ্তব্য

দৈনন্দিন বাৰ্তা ডেস্ক : মানুহ জীৱশ্ৰেষ্ঠ। ভাল-বেয়া, উচিত-অনুচিত ইত্যাদি বিচাৰ কৰিব পৰা ক্ষমতা ভগৱানে মানুহক দিছে। কিন্তু বৰ্তমান জীৱশ্ৰেষ্ঠ মানুহেই প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা আৰম্ভ কৰিছে। নিজৰ প্ৰয়োজনীয় সম্পদখিনি প্ৰকৃতিৰ পৰা আহৰণ কৰাৰ
Read More...

ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও…

কলিয়াবৰ :ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো। অৱশ‍্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। পুৱাৰে পৰা গঁড়টোৱে উদ‍্যান কৰ্তৃপক্ষই যোগান ধৰা ঘাঁহ আশা কৰা
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত। গঁড়টোৰ চিকিৎসাৰ…

কলিয়াবৰ : শুকুৰবাৰৰে পৰা ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। বানত দিশহাৰা হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান লোৱা গঁড়টো কিছু সুস্থ হৈ উঠিছে। ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দাঁতিৰ পৰা ৰাষ্ট্ৰীয় উদ‍্যানৰ দিশত
Read More...

খাদ‍্য সংকটত বিশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱকূল।

দৈনন্দিন বাৰ্তা ডেস্ক : গঁড়, হাতী, পহুৰ অবাধ বিচৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান। বয়ষ্ক অসুস্থ গঁড়ৰ অৱস্থা ৰাষ্ট্ৰীয় পথৰ কাষত খাদ‍্যৰ অভাৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱকূল এতিয়া দিশহাৰা। খাদ‍্য বিচাৰি জীৱকূলৰ জনাঞ্চলত অবাধ
Read More...

স্তব্ধ যান-বাহন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানলৈ পঠিওৱাৰ চেষ্টা বনৰক্ষী আৰু আৰক্ষীৰ।

কলিয়াবৰ : কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আজি বিয়লি এটা প্ৰকাণ্ড গঁড়ৰ অৱস্থান। দুই পাৰৰ যান-বাহন স্তব্ধ। গঁড়ে পথ এৰাৰ নামেই নলয়। বনৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ গঁড়টোক বনলৈ উভতাই পঠিওৱাৰ চেষ্টা। গঁড়ো
Read More...

বানৰ কৱলত বন‍্য জীৱ-জন্তু, বানত দিশহাৰা হৈ জনাঞ্চলত ঢেকীয়াপটীয়া বাঘ ।

কলিয়াবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানৰ কৱলৰ পৰা আশ্ৰয় বিচাৰি জন-অৰণ‍্যত ঢেকীয়াপটীয়া বাঘ। ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষৰীয়া কুঠৰীৰ প্ৰৱীন বৰাৰ গোঁহালিত এটা প্ৰকাণ্ড ঢেকীয়াপটীয়া বাঘ। ততাতেয়াকৈ ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ তথা বন বিভাগৰ
Read More...

জামুগুৰিহাটৰ দক্ষিণাঞ্চলত হৰিণা উদ্ধাৰ । বানৰ কৱলত পৰা বন্যজন্তুক সহায়ৰ আহ্বান বনবিভাগৰ ।

জামুগুৰিহাট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি চতিয়াৰ দক্ষিণ প্ৰান্তৰ ভোজমাৰীৰ ১ নং কলাইকাটিত আশ্ৰয় লোৱা এটা হৰিণা কালি স্বেচ্ছাসেৱী সংগঠন 'উপত্যকা'ৰ সদস্যসকলে উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়ে। বানৰ কৱলত পৰি ষষ্ঠ সংযোজনৰ
Read More...