প্ৰকৃতি

Tourists In Himachal Pradesh: প্ৰদূষণৰ পৰা হাত সাৰিবলৈ দিল্লী, চণ্ডীগড়ৰ পৰা হিমাচললৈ দৌৰিছে পৰ্যটক

মানালীত বৃদ্ধি পাইছে পৰ্যটকৰ ভিৰ। দিল্লীৰ বায়ুৰ মান দীপাৱলীৰ পূৰ্বে হ্ৰাস পাবলৈ ধৰিলে। দীপাৱলীৰ নিশা ৰাজধানীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছিল।(Tourists In Himachal Pradesh)

Weather: দীপাৱলীৰ পিছতো শীত অহা নাই কিয়? বতৰ বিজ্ঞান বিভাগে জনালে নৱেম্বৰতো নাহে শীত

সাধাৰণতে দেৱালীৰ আশে-পাশে ঠাণ্ডা অনুভৱ কৰিবলৈ আৰম্ভ কৰে আৰু গৰম কাপোৰ পিন্ধিবলগীয়া হয়। কিন্তু, এইবাৰ দীপাৱলীৰ দুদিন পাৰ হৈ গ’ল আৰু এতিয়াও ঠাণ্ডা হোৱা নাই। (Weather)

Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে। ১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী।

Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব

চৰকাৰে এপিনে অমৃত বক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে। এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।

Aaronyak: সংৰক্ষণ বিজ্ঞানী বিভৱ তালুকদাৰলৈ ‘আইইউচিএন বঁটা’

প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত একনিষ্ঠভাৱে কাম কৰি থকা অসমৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ বিজ্ঞানী তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা 'আৰণ্যক'ৰ(Aaronyak) সচিৰ প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰক আন্ত:ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আইইউচিএন)ৰ(IUCN Award 2024) “স্পেচিচ চাৰ্ভাইভেল কমিশ্যন” (এছএছচি)ৰ “দ্য হেৰী মেছেল” সংৰক্ষণ নেতৃত্ব বঁটা প্ৰদান কৰা হৈছে

Popular