Breaking

Browsing Category

প্ৰকৃতি

কাকপথাৰ ডিৰাকত সন্মিলিত সংগ্ৰামী মঞ্চ, কাকপথাৰৰ মানৱ-শৃংখল : ধ্বংসৰ দিশত অসম গৌৰৱ দিহিং পাটকাই…

ডিৰাক সীমান্ত মহামাৰী ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত চেলেকি অংশত ৯৮.৫৯
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ ৰেঞ্জত মৃত ঢেকীয়াপটীয়া বাঘ উদ্ধাৰ ।

দৈনন্দিন বাৰ্তা সেৱা, কলিয়াবৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত উদ্ধাৰ এটা ঢেকীয়াপটীয়া বাঘ। শুক্ৰবাৰে পুৱা উদ্যানখনৰ বুঢ়াপাহাৰ ৰেঞ্জৰ জনতা বন শিবিৰ এলেকাত উদ্ধাৰ হয় বাঘৰ মৃতদেহটো।প্ৰায় দুইবছৰীয়া বয়সৰ ঢেকীয়াপটীয়া
Read More...

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অইলৰ খনন বন্ধ আৰু দিহিং পাটকাই কয়লা খনন বন্ধৰ দাবীত আছুৰ মানব শৃংখল…

তিনিচুকীয়া উত্তৰ- পূৰ্বাঞ্চলৰ আমাজন স্বৰূপ দিহিং পাটকাই বৰ্ষাৰণ্যৰ হস্তী কৰিডৰৰ অন্তৰ্গত অঞ্চলত তথা বৰ্ষাৰণ্য খনত থকা অসমৰ জাতীয় পক্ষী দেওঁহাঁহকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ জীৱনলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা মুক্ত কয়লা খননৰ
Read More...

চৰকাৰৰ সঠকাৰি সিদ্ধান্ত, ধবংস দিশত অসম গৌৰৱ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা…

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে  (National Board for Wildlife of India) ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে দিহিং
Read More...

দিহিং-পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি বাতিল নকৰিলে তীব্ৰ ৰণডংকা সূচনা কৰাৰ হুংকাৰ বৃহত্তৰ অসমীয়া…

নাজিৰা নৰেন্দ্ৰ মোডী নেতৃত্বতাধীন কেন্দ্ৰীয় চৰকাৰে পক্ষপাতিত্বমূলক ভূমিকাৰে পুঁজিপতিসকলৰ স্বাৰ্থত "আমজন অৱ ইষ্ট" নামেৰে জনাজাত বিখ্যাত অভয়াৰণ্য দিহিং-পাটকাইত পুঁজিপতি গোষ্ঠীক কয়লাৰ মুক্ত খনন কৰিবলৈ দিয়া অনুমতি শীঘ্ৰে বাতিল নকৰিলে
Read More...

নাজিৰাত বিৰল প্ৰজাতিৰ বৰকাছ উদ্ধাৰ

নাজিৰা  চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতেই শিৱসাগৰ জিলাৰ নাজিৰাত উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ বৰ কাছ। নাজিৰা ৰে’ল ষ্টেচনত উদ্ধাৰ হোৱা বিৰল প্ৰজাতি বৰকাছটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিষয়া অজিত গগৈক আৰু স্থানীয় সাংবাদিক খবৰ দিয়ে৷
Read More...

ভয়ংকৰ অমানৱীয় কাণ্ড

গুৱাহাটী অসম বিধানসভাৰ পুৰণি বিধায়ক আৱাসৰ চৌহদত তিনিজোপা পুৰণি, অতি পুৰণি, হয়তো শতিকা গৰকা গছ আছিল। তাতে বগলী, কাউৰী, ছাইবৰীয়াৰ পৰা অহা চৰাই আদিয়ে বাহ বান্ধি থাকে। এতিয়া শতাধিক পোৱালী ওলাইছে। চালুকীয়া হৈ আছে। কৰ্তৃপক্ষই ঠিকাদাৰক
Read More...

ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ উদ্যোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভোকাতুৰ কপিকুলৰ মাজত ফলমূল বিতৰণ

জামুগুৰিহাট ভয়াৱহ ক’ৰোনা ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বতে  স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ কৰি তুলিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰে চতুৰ্থ পৰ্যায়ৰ লকডাউন ঘোষণা কৰিছে যদিও শংকাত সময় অতিবাহিত কৰিছে জনসাধাৰণে৷
Read More...

শিলঘাটত সাপ উদ্ধাৰ

কলিয়াবৰ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটোতে কলিয়াবৰত উদ্ধাৰ হ'ল এটা ইণ্ডিয়ান ৰেট স্নেক। কলিয়াবৰৰ শিলঘাটৰ দিলীপ শইকীয়াৰ বাৰীত উদ্ধাৰ হয় সাপটো। সাপটো স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰি এৰি দিয়া হয় কামাখ্যা সংৰক্ষিত
Read More...

দিহিং-পাটকাইত চলিব কয়লাৰ মুক্ত খনন : সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতা

ডিব্ৰুগড় বনাঞ্চল আৰু বন্যপ্রাণীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে উন্নয়নৰ দোহাই দি চৰকাৰে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যৰ চৌদিশে বনাঞ্চল ধ্বংসৰ কাৰ্য অব্যাহত থকাৰ মাজতে ৰাজ্যত আৰু এখন বনাঞ্চল নিঃশেষ কৰাৰ
Read More...